Guwahati Double Murder Case:মহানগৰীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ কাণ্ড

নুনমাটি আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট

nonmati murder

Guwahati Double Murder Case:

দেশ কপাই যোৱা মহানগৰীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট ৷

উল্লেখ্য যে,নৃশংস হত্যাকাণ্ডটোৰ তদন্তৰ দায়িত্ববাহী বিষয়া আব্দুল মমিনে প্ৰায় ১৬০০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে আদালতত ৷

স্মতৰ্ৱ্য যে, নিজৰ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই ৷ এই ঘটনাত সহযোগী হিচাপে আছিল ধনজিত আৰু অৰূপ৷

সম্প্ৰতি কাৰাবন্দী তিনিওৱে কাৰাগাৰৰ বন্ধ কুঠৰীতে ক্ষণ গণিছে আদালতৰ ৰায়দানলৈ ৷

Exit mobile version