Guwahati Double Murder Case:
দেশ কপাই যোৱা মহানগৰীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট ৷
উল্লেখ্য যে,নৃশংস হত্যাকাণ্ডটোৰ তদন্তৰ দায়িত্ববাহী বিষয়া আব্দুল মমিনে প্ৰায় ১৬০০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে আদালতত ৷
স্মতৰ্ৱ্য যে, নিজৰ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই ৷ এই ঘটনাত সহযোগী হিচাপে আছিল ধনজিত আৰু অৰূপ৷
সম্প্ৰতি কাৰাবন্দী তিনিওৱে কাৰাগাৰৰ বন্ধ কুঠৰীতে ক্ষণ গণিছে আদালতৰ ৰায়দানলৈ ৷