Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : ব্যৱসায়ী সকল লাভৱান হ’ব। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। শিক্ষক, উকিল আদিৰ মধ্যম। ভ্ৰমণ সাৱধান হওক। প্ৰেমত শুভ সংযোগ।

বৃষ : আৰ্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব। নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব । অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব। দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা।

মিথুন : ওচৰ-চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কৰ্মক্ষেত্ৰত আর্থিক লেন-দেনত সাৱধান। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ।

কর্কট : কর্মক্ষেত্ৰত কিছু বাধাৰ কাকতা। অংশীদাৰী কৰ্মত মিশ্ৰিত ফল লাভ কৰিব। বিবাহৰ যোগাযোগত শুভ। ভ্ৰমণত অৰ্থহানীৰ যোগ।

সিংহ : ব্যৱসয়ত আয় বৃদ্ধি পাব। ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি। বন্ধুৰ পৰা সতর্ক হ’ব। দাম্পত্যত শুভ। কর্মসূত্রে ভ্রমণ যোগ।

কন্যা : খৰচৰ ক্ষেত্ৰত সৰ্ত থাকিব। নিবনুৱাৰ বাবে মধ্যম দিন। মাতা-পিতাৰ স্বাস্থ্য ভাল নাযাব। প্ৰেমত নতুন সমস্যা দেখা দিব পাৰে।

তুলা : উচ্চ-শিক্ষাৰ্থীৰ বাবে শুভ সংযোগ। দেহ কষ্টৰ উপশম পাব। প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ।

বৃশ্চিক : নিবনুৱা ব্যক্তিৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব পাৰে। আৰ্থিক দিশত শুভ। দাম্পত্য জীৱন মধ্যমীয়া। বিদ্যাত জটিলতা কম।

ধনু : পাৰিবাৰিক দিশত চিন্তা থাকিব। নতুন সম্পদ ক্ৰয় কৰিব পাৰে। ঊর্ধ্বতন কৰ্তৃপক্ষৰ লগত মতানৈত্য হ’ব পাৰে। প্ৰেমত মতবিৰোধ ৷

মকৰ : ওচৰ-চুবুৰীয়াৰ লগত মানসিক সংঘাত। ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব। প্ৰেমত মধ্যম। বিবাহৰ যোগাযোগত শুভ।

কুম্ভ : পুৱাৰ ভাগত অনুকূল। সৰু-সুৰা সমস্যাত বিব্রত বোধ কৰিব। আর্থিকতা বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত।

মীন : মানসিক চাপ বৃদ্ধি পাব। বিদ্যাত যত্ন লওক। শৰীৰ সম্পৰ্কীয় কথাত সাৱধান হোৱা উচিত। শিল্প-সাংস্কৃতিক সুনাম।

Exit mobile version