Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ : চিকিৎসক সকলৰ দায়িত্ব যথেষ্ট বাঢ়ি। ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। সন্তানৰ সুকীতি দেখা যায়। দুষ্পাত্যত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৯।

বৃষ : নিৱনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ। স্বাস্থ্য প্রতি নজন দিয়ক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। প্ৰেমত বাধা। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মিথুন : আর্থিক আয় ব্যয় সমান। বিদ্যাত শুভ। আপোনাৰ কৰ্মদক্ষতাৰ বাবে প্ৰশংসা কৰিব। দাম্পত্যত মতানক্য হোৱাৰ সম্ভাৱনা। শুভ ৰং ৰঙাাাা, শুভ সংখ্যা ২।

কর্কট : এই ৰাশিৰ জাতক জাতিগত সকলৰ দিনটো শুভ। প্ৰেমত সফল। বিদ্যাত শুভ। আর্থিক জটিলতা। শুভ ৰং বগা, শুভ সংখ্যা ৯।

সিংহ : আকি ব্যয় বৃদ্ধি পাব। শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভ আনন্দ । কর্মসূত্ৰত ভ্ৰমণৰ সুযোগ পাব।

কন্যা : ফুৰা-চকাত সতর্ক হ’ব। সন্তানক লৈ চিন্তিত হ’ব। পুৰণি বন্ধুৰ সংগ পাব পাৰে। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

তুলা : শৰীৰ মধ্যম। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। কোনো সংবাদ সংযোগত আনন্দ। শুভ ৰং কমলা, শুভ সংখ্যা ৪।

বৃশ্চিক : আনক উপকাৰ কৰিব যাওঁতে নিজ বিপদত পৰাৰ আংশকা বেছি। সৰু-সুৰা কথাত ভুগিব পাৰে। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

ধনু : হাতত লোৱো কোনো পৰিকল্পনা বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা। কৰ্মদক্ষতা বৃদ্ধি পাব। দাম্পত্যত মতানক্য হোৱাৰ সম্ভাৱনা। শুভ ৰং বগা, শুভ সংখ্যা ৩।

মকৰ ঃ কোনোৱে আর্থিক দিশত অসুবিধা পাব পাৰে। বন্ধুবৰ্গৰ সহায়- সহযোগত আনন্দিত। প্ৰেমত বাধা। বিদ্যাত শুভ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ২।

কুম্ভ : ভ্রমণ নকৰাই ভাল। পেট বা মূৰৰ বিষয় দৰে সৰু-সুৰা অসুখত ভুগিব পাৰে। প্ৰেমত পোৱা বাধা আঁতৰ হ’ব। ৰং হালধীয়া, শুভ সংখ্যা

মীন : ব্যয়ৰ মাত্ৰা বাঢ়িব । ভ্ৰমণত সাৱধান হোৱা উচিত। বিদ্যাত শুভ ফল। পাৰিবাৰিক দিশত দিনটো উন্নত। বিদ্যাত শুভ ফল। পাৰিবাৰিক দিশত দিনটো উন্নত। শুভ ৰং বগা, শুভ সংখ্যা ৭।

Exit mobile version