Major Reshuffle In Nagaon Police:জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ মাজতে নগাঁও আৰক্ষীত বৃহৎ ৰদবদল

lena doloi

Major Reshuffle In Nagaon Police:

সোমবাৰে মাজনিশা কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় এছ আই জোনমণি ৰাভাই

পৰৱৰ্তী সময়ত এই মৃত্যুৱে ঘন ৰহস্যৰ সৃষ্টি কৰে ৷ যাৰবাবে আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰে চি আই ডি তদন্ত ৷ইতিমধ্যে বুধবাৰৰ পৰাই চি আই ডিয়ে নগাঁৱত বাহৰ পাতি তদন্ত আৰম্ভ কৰাৰ মাজতে আজি আৰক্ষী অধীক্ষক লীনা দলে  ১৪৮ কনিষ্টবলক ৰদবদল কৰে ৷ ইখন থানাৰ পৰা সিখন থানালৈ বদলিৰ নিৰ্দেশনা জাৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

Exit mobile version