Home News Assam Major Reshuffle In Nagaon Police:জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ মাজতে নগাঁও আৰক্ষীত বৃহৎ ৰদবদল By publisher 12 months Ago ShareShareShareShare Major Reshuffle In Nagaon Police: সোমবাৰে মাজনিশা কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় এছ আই জোনমণি ৰাভাই ৷ পৰৱৰ্তী সময়ত এই মৃত্যুৱে ঘন ৰহস্যৰ সৃষ্টি কৰে ৷ যাৰবাবে আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰে চি আই ডি তদন্ত ৷ইতিমধ্যে বুধবাৰৰ পৰাই চি আই ডিয়ে নগাঁৱত বাহৰ পাতি তদন্ত আৰম্ভ কৰাৰ মাজতে আজি আৰক্ষী অধীক্ষক লীনা দলে ১৪৮ কনিষ্টবলক ৰদবদল কৰে ৷ ইখন থানাৰ পৰা সিখন থানালৈ বদলিৰ নিৰ্দেশনা জাৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ Categories: Crime, India, News, Uncategorized Tags: ConstableMajor ReshufflNagaon PoliceSp lena Doloi Related Content Mandira :ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী বদৰুদ্দিন আজমল By publisher May 4, 2024 Akhil Gogoi:জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত বিৰোধী ঐক্যমণ্চৰ জনসভাত অংশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ By publisher May 4, 2024 Cm Visit chamata:নলবাৰীৰ চামতাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰাভিযান By publisher May 4, 2024 Binance Founder Changpeng Zhao:৩.৫৯ লাখ কোটি টকাৰ সম্পত্তিৰে বিশ্বৰ সবাতোকৈ ধনাঢ্য কয়দীজন By publisher May 4, 2024 Chirang BPF kokrajher Candidate campaign:চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা By publisher May 4, 2024 Mla Aminul Islam Pressmeet:কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল By publisher May 4, 2024