Home News Assam Major Reshuffle In Nagaon Police:জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ মাজতে নগাঁও আৰক্ষীত বৃহৎ ৰদবদল By publisher 12 months Ago ShareShareShareShare Major Reshuffle In Nagaon Police: সোমবাৰে মাজনিশা কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় এছ আই জোনমণি ৰাভাই ৷ পৰৱৰ্তী সময়ত এই মৃত্যুৱে ঘন ৰহস্যৰ সৃষ্টি কৰে ৷ যাৰবাবে আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰে চি আই ডি তদন্ত ৷ইতিমধ্যে বুধবাৰৰ পৰাই চি আই ডিয়ে নগাঁৱত বাহৰ পাতি তদন্ত আৰম্ভ কৰাৰ মাজতে আজি আৰক্ষী অধীক্ষক লীনা দলে ১৪৮ কনিষ্টবলক ৰদবদল কৰে ৷ ইখন থানাৰ পৰা সিখন থানালৈ বদলিৰ নিৰ্দেশনা জাৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ Categories: Crime, India, News, Uncategorized Tags: ConstableMajor ReshufflNagaon PoliceSp lena Doloi Related Content Russia Has Announced Nuclear Weapons Exercises Amid the War in Ukraine:ইউক্রেইনৰে যুদ্ধৰ মাজতে পাৰমাণৱিক অস্ত্ৰ অনুশীলনৰ ঘোষণা ৰাছিয়াৰ পশ্চিম বিশ্বৰ উদ্বেগ বৃদ্ধি By publisher May 7, 2024 75 International Representatives From 23 Countries are in India To Observe The Lok Sabha Elections:লোকসভাৰ নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে ভাৰতত উপস্থিত ২৩ দেশৰ ৭৫ আন্তঃৰাষ্ট্ৰীয় প্রতিনিধি By publisher May 7, 2024 Weather Update :ৰাজ্যত আৰম্ভ হৈছে প্রাক মৌচুমীৰ বৃষ্টিপাত By publisher May 7, 2024 Loksabha Election2024:75% Voter Turnout Till 5 Pm in Assam: সন্ধিয়া ৫ বজালৈ ৰাজ্যৰ চাৰি সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৭৫ শতাংশ By publisher May 7, 2024 By publisher May 7, 2024 Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ By publisher May 7, 2024