Noth Guwahati Theft:উত্তৰ গুৱাহাটী লেঙাত চুৰিকাণ্ড

চাটাৰ কাটি চোৰে লুটি নিলে কাহ-পিতলৰ সামগ্ৰী

hau theft

Noth Guwahati Theft:

উত্তৰ গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ চাফাই অভিযান ৷ এইবাৰ চোৰৰ টাৰ্গেট কাহ-পিতলৰ বাচনৰ ওপৰত।
লেঙাৰ “ডেকা মেটেল ষ্টোৰ’নামৰ কাঁহ-পিতলৰ সামগ্ৰী বিপনী খনত শনিবাৰে নিশা চাটাৰ কাটি চোৰে লুট কৰি দিয়ে কাঁহ-পিতলৰ বাচন-বৰ্তন সহ অন্য সামগ্ৰী ৷ আনকি চোৰে লৈ যায় পিতলৰ ভগৱানৰ মূৰ্তিও

উল্লেখ্য যে,বৃহত্তৰ অঞ্চলটোত ধাৰাবাহিক অব্যাহত থকা চুৰি কাণ্ডক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী ৷ ৰাইজে অঞ্চলটোত আৰক্ষীৰ নিয়মীয়া পেট্ৰলিঙৰ দাবী কৰাৰ লগতে গভাইত চোৰৰ কৰায়ত্তৰো দাবী জনায়।

Exit mobile version