Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : আর্থিক দিশত অশান্তি হ’ব পাৰে। প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে। পৰাপক্ষত নিজৰ মতামত সমাজৰ আগত নৰখাই ভাল হ’ব। বিদ্যার্থী শুভ ফল। শুভ ৰং নীলা। শুভ সংখ্যা (৭)।

বৃষ : অন্য কামৰ বাধা আহিব পাৰে। অতিৰিক্ত ক্ৰধৰ বাবে আন কাৰোবাৰ লগত বিবাহ হ’ব পাৰে। কামৰ সংখ্যা বৃদ্ধি হোৱাৰ মানসিকভাৱে কষ্ট পাব পাৰে। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

মিথুন : নতুন আত্মীয় লগ পোৱাৰ সম্ভৱনা দেখা যায়। ঘৰুৱা দিশত শান্তি বজায় থাকিব। পেটৰ সমস্যা বাঢ়িব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি। শুভ ৰং কমলা, শুভ সংখ্যা ৪।

| কৰ্কট : আপোনাৰ ভাল ব্যৱহাৰে শত্ৰুৰ সংখ্যা কমাব পাৰে। আনৰ সহায় কৰিব যাওঁতে নিজে বিপদত পৰিব পাৰে। প্ৰেমৰ দিশত বহু বেচি বেয়া দেখা নাযায়। শুভ ৰং মটিয়া, শুভ সংখ্যা ৫।

সিংহ : অশান্তিৰ কাৰণে মানসিক ভাবে চিন্তা বাঢ়িব পাৰে। ব্যৱসায় ক্ষেত্ৰত আয় বৃদ্ধি হ’ব পাৰে। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বৃদ্ধি। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

কন্যা : ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। ভ্ৰমণৰ বাবে স্ত্ৰীৰ লগত আলোচনা হ’ব পাৰে। পাবলৈ থকা ধন আজি ঘূৰাই পাব। শৰীৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

তুলা : বিদ্যাৰ্থীসকলৰ বাবে নতুন পদ খুলিব পাৰে। প্ৰেমৰ দিশত অভিযান বৃদ্ধি হ’ব পাৰে। অনৈতিক কোনো কামৰ বাবে অনুতাপ হ’ব পাৰে। শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ৬।

বৃশ্চিক : ধর্মীয় অনুষ্ঠান লৈ আগ্রহ বৃদ্ধি হোৱা দেখা যায়। ঘৰত কামৰ শুভ ৰং কমলা, শুভ সংখ্যা ৩।
বাবে খৰচ বৃদ্ধি হ’ব। ধন সম্পত্তি লৈ সংসাৰত অশান্তি হ’ব পাৰে ।

ধনু : অতিৰিক্ত ক্ৰোধৰ বাবে কৰ্মস্থানত বিবাহ হ’ব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব। কামৰ যথাযথ মূল্য নাপাব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

মকৰ : পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, পিছলৈ বিপদ হ’ব পাৰে । প্রিয় বন্ধুৰ লগত বিবাহ হ’ব পাৰে। আৰ্থিক দিশৰ চাপ বৃদ্ধি হ’ব। শুভ ৰং মাখন, শুভ সংখ্যা ৯।

| কুম্ভ : মা-দেউতাৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে খৰচ বৃদ্ধি হ’ব। স্নায়ুৰোগ বৃদ্ধি হ’ব পাৰে। ঘৰুৱা দিশত খৰচৰ বাবে বিবাদ হ’ব পাৰে। শুভ ৰং মটিয়া, শুভ সংখ্যা ১।

মীন : বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰি, বিপদ হ’ব পাৰে। প্ৰেমৰ দিশত শুভ। আর্থিক ভাৱে মজলীয়া। শিক্ষাৰ শুভ ফল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

Exit mobile version