Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : কৰ্মস্থানত নিজৰ মতামত প্রকাশ নকৰা ভাল হ’ব। স্ত্ৰীৰ ব্যৱহাৰে আপোনাক মনত আঘাত দিব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং বগা। শুভ সংখ্যা ২।

বৃষ : ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। দিনৰ ভাগত ব্যৱসায়ত কিছু আয় বৃদ্ধি হোৱাৰ সম্ভৱনা দেখা যায়। স্ত্ৰীৰ লগত তৰ্ক নকৰাই ভাল হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

মিথুন : ভাল ব্যৱহাৰে দ্বাৰা অন্য মানুহক প্ৰভাৱিত কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। আজি দিনটো শুভ দিন। প্ৰেমত শুভ ফল। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

কর্কট : সন্তানৰ বাবে খৰচ বাঢ়িব পাৰে। মা-দেউতাৰ শৰীৰ লৈ চিন্তা বাঢ়িব। ব্যৱসায় দিশত বিশেষ লাভৰ শুভ যোগ দেখা যায়। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

সিংহ : ঘৰৰ পৰা দূৰৰ ভ্ৰমণ যোৱাৰ আলোচনা হ’ব পাৰে। পৰাপক্ষত বিদ্যার্থীসকলে পঢ়া-শুনা গুৰুত্ব দিয়ক। প্ৰেমৰ দিশত বাধা দেখা যায়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।

কন্যা : বিদ্যাৰ্থীসকলৰ বাবে নতুন পথ খুলিব পাৰে। ব্যৱসায় দিশত অশান্তি দেখা যায়। আপোনাৰ ব্যৱহাৰে কৰ্মস্থানত আপোনাক লাভান্বিত কৰিব পাৰে। শুভ ৰং বেঙণীয়া, শুভ সংখ্যা ৮।

তুলা : অর্থনৈতিক সমস্যাৰ সন্মুখীনত হ’ব পাৰে। আপোনাৰ দ্বাৰা যিটো কাম সম্ভৱ নহয়, সেইটো কাম আৰম্ভ নকৰিব। শত্ৰুৰ পৰা সাৱধান হওক । শুভ ৰং ক’লা, শুভ সংখ্যা ৫।

বৃশ্চিক : পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। সন্তানৰ শুভ কৰ্মৰ বাবে সমাজৰ আগত সন্মানিত হ’ব। উচ্চ শিক্ষাৰ শুভ ফল। শুভ ৰং কমলা,
শুভ সংখ্যা ৯।

ধনু : বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। আজি নিজৰ সুবিধাৰ বাবে কোনো কাম আৰম্ভ কৰিব পাৰে। শুভ ৰং মাখন, শুভ সংখ্যা ৪।

মকৰ : যান-বাহন চলোৱা লোক সকলে আজি দিনটো সাৱধানে গাড়ী-মটৰ চলালে বিপদ হ’ব পাৰে। প্ৰেমত শুভ ফল। ব্যৱসায়ীৰ দিশত অশান্তি হ’ব পাৰে। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।

কুম্ভ : ঘৰৰ খৰচৰ বাবে সঞ্চয় কম হ’ব পাৰে। ভাল কোনো কামৰ বাবে সুনাম বাঢ়িব পাৰে। ঘৰলৈ আত্মীয় অহাৰ সম্ভৱনা দেখা যায়। শুভ ৰং মটিয়া, শুভ সংখ্যা ৪।

মীন : ঘৰৰ পৰা কিছু মূল্যবান বস্তু হেৰুৱাব পাৰে। স্বাস্থ্যা বাবে খৰচ বৃদ্ধি হ’ব। ভ্ৰমণৰ দিশৰ শুভ ফল। প্ৰেমৰ বাধা দেখা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

Exit mobile version