Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

    Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

    Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

    Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Kharghuli Pipe Line blast Update:গুৱাহাটীত জাইকাৰ চৰম দায়িত্বহীনতাৰ ভয়ংকৰ পৰিস্থিতি

ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু,আহত সাত, আজিও পৰিস্থিতি অপৰিৱৰ্তিত,  নিহতৰ আত্মীয়লৈ দুইলাখ,আহতলৈ ১০হাজাৰ টকাৰ সাহাৰ্য ঘোষণা ৰাজহ মন্ত্রী যোগেন মোহন

publisher by publisher
May 26, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Kharghuli Pipe Line blast Update:গুৱাহাটীত জাইকাৰ চৰম দায়িত্বহীনতাৰ ভয়ংকৰ পৰিস্থিতি
1
SHARES
5
VIEWS
ShareShareShareShare

Kharghuli Pipe Line blast Update:

মহানগৰীৰ লতাশিল আৰক্ষী থানাৰ অন্তৰ্গত খাৰঘূলিৰ জয়পুৰত বৃহস্পতিবাৰে জাইকাৰ পানী যোগান প্ৰকল্পৰ পাইপ ফাটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। আনহাতে, আহত হয় শিশু-মহিলাসহ কমেও আঠজন লোক। আহতসকল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় ৷ ইয়াৰে এজনৰ অৱস্থা সংকটপূৰ্ণ বুলি জানিব পৰা গৈছে ৷

ADVERTISEMENT

ঘটনাৰ সাত ঘণ্টা উকলি যোৱাৰ পাছত বিভাগীয় মন্ত্ৰী অশোক সিংহালে পৰিস্থিতি বুজ লোৱাৰ লগতে ঘটনাৰ এক তদন্ত ঘোষণা কৰি তিনিদিনৰ ভিতৰত দাখিল কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ৷ আনহাতে জল বিস্ফোৰণত নিহত মহিলা গৰাকীৰ বাসগৃহতো উপস্থিত হয় সমবেদনা জনাই অশোক সিংহালে ৷

RelatedPosts

Kharkhuli Pipe line Blast:মহানগৰীত খাৰখুলিত অঘটন !

Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

উল্লেখ্য যে,স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য বহু পলমকৈ উপস্থিত হৈ মাত্ৰ কিছু সময় ৰৈ সেইস্থানৰ পৰা আঁতৰি অহাক লৈ ক্ষতিগ্ৰস্ত লোক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ক্ষুব্ধ লোকৰ মন্তব্য বিধায়ক গৰাকীয়ে চৰম দায়িত্বহীনতাৰ পৰিচয় দিছে ৷ আনহাতে আজি ঘটনাস্থলীত উপস্থিত হৈ বুজ লয় কৃষিমন্ত্ৰী অতুল বৰা সহ জিলা প্ৰশাসনৰ এটা দলে ৷

জাইকাৰ চৰম গাফিলতিৰ বাবে মুহূৰ্ততে সৰ্বস্বান্ত হোৱা কেইবাটাও পৰিয়ালে নিশাটোৰ বাবে আশ্ৰয় লয় খাৰঘুলি জয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত ৷আন বহুলোকে আত্মীয় বাসগৃহত আশ্ৰয় লয় ৷

এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ জয়পুৰ অঞ্চলতে হঠাতে হোৱা জল বিস্ফোৰণত বহুলোকে লামলাকটি উলিয়াব নোৱাৰিলে নিজৰ গৃহৰ পৰা ৷ সকলো উটুৱাই তচনচ কৰিলে পানীৰ ঢলে

উল্লেখ্য যে,বৃহস্পতিবাৰে জাইকাৰ পানীৰ পাইপ ফুটি জল বিস্ফোৰণত নিহত হোৱা মহিলা গৰাকীৰ নাম সুস্মিতা দাস ৰাভা (৫৫)। আনহাতে, আহতসকলৰ ভিতৰত আছে মহিলা গৰাকীৰ জোঁৱাই ৰাজী দাস জীপ দাস তেওঁলোকৰ পুত্ৰ তথা নাতি নির্মল দাস আৰু বৰ জীয়াবীন সন্তান ৰশ্মি ৰাভা  | আহত আন লোক সকল হ’ল টংকেশ্বৰ দাস (২৮), পুতুলী দাস (8) অনামিকা দাস (২৫) আৰু প্রিয়াংক দাস(৩)গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰা হৈছে বুলি কর্তৃপক্ষই সদৰী কৰিছে।

সমান্তৰালভাৱে এই ঘটনাত ২০ টা পৰিয়ালৰ ৭৫লোক, প্রায় ২০ টা বাসগৃহ বহুকেইখন চাৰিচকীয়া, দুচকীয়া বাহন ক্ষতিগ্রস্ত হয় বুলি জিলা প্রশাসনে সদৰী কৰিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে বিয়লি প্রায় তিনি বজাত এই ঘটনা সংঘটিত হয়। খোৱাপানী যোগানৰ বাবে এসময়ত গেমন ইণ্ডিয়াই স্থাপন কৰা তথা সম্প্রতি জাইকাৰ তত্ত্বাবধানত থকা খোৱা পানী প্ৰকল্পৰ এডাল বৃহৎ পাইপ পানীৰ হেঁচাত ফাটি যোৱাত প্ৰচণ্ড বেগত ওলাই অহা পানীয়ে নিমিষতে বৃহৎ অঞ্চলটোত ধ্বংসলীলা।

স্থানীয় লোকে সদৰী কৰা অনুসৰি,পাইপৰ দুটা মুৰ সংযোগস্থলী আছিল। সমান্তৰালভাৱে আজি ‘টেষ্টিং’ কৰা হৈছিল বুলি স্থানীয় লোকে সদৰী কৰিছে। ফলত এই খুন্দাত পাহাৰৰ পৰা শিল বাগৰি অহাৰ লগতে মাটিও খহি পৰে।

পানী আৰু মাটিয়ে বহুকেইটা ঘৰ উটুৱাই লৈ যায়। উল্লেখ্য যে পানীৰ চাপ ইমান ভয়ানক আছিল যে পকী দেবাল, ঘৰ আদিও চূর্ণ-বিচূর্ণ করে। কমেও ২০ মিনিট সময় এই তাণ্ডব চলে। সম্প্রতি ক্ষতিগ্রস্ত মাটিৰ তলত থকা পাইপৰ সংশ্লিষ্ট স্থান ফটাৰ ফলত পানীৰ তীব্ৰ চাপে ভৰ সহিব নোৱাৰি পকী পথ উফৰাই প্রায় সাতশ আঠশ মিটাৰ পৰ্যন্ত পানী ওপৰলৈ উঠি যায়। পানীয়ে পাহাৰৰ এটা অংশতো খুন্দা মাৰে।

ইফালে, পাইপ ফুটি পানী ওলাই অহাৰ ফলত এক বৃহৎ শব্দৰ সৃষ্টি হয় আৰু পাহাৰীয়া অঞ্চলটোত ভূকম্পনৰ দৰে পৰিৱেশ গঢ়ি উঠে। বহু লোকে ভূমিকম্প অহা বুলি ভয়ত ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ দৌৰ মাৰে। নিহত মহিলাগৰাকীয়েও ঘৰৰ ভিতৰৰ পৰা উপ-পথলৈ দৌৰি ওলাই অহাৰ চেষ্টা কৰোতেই মৃত্যু মুখত পৰে।

স্থানীয় প্রত্যক্ষদর্শী তথা মৃতদেহ উদ্ধাৰকাৰীয়ে সাংবাদিককৰ আগত বৰ্ণনা কৰা অনুসৰি, ‘মহিলাগৰাকীয়ে ঘৰৰ পৰা দৌৰি ওলাই আহি উপ-পথ পাবলৈ প্ৰায় ১০ মিটাৰ থকাৰ অৱস্থাত কাষৰ ঘৰৰ পকী দেৱালখন পানীৰ চাপত তচনচ হৈ পৰে আৰু দেৱালৰ এটা অংশ মহিলাগৰাকীৰ দেহৰ ওপৰত পৰি যায়।

লগতে দেৱালখনে মহিলাগৰাকীৰ দেহৰ বিভিন্ন অংশত আঘাত হনাত তেওঁৰ থিতাতে মৃত্যু হয়। অৱশ্যে কেবাজনো লোকে দেৱালখন উঠাই মহিলাগৰাকী ছটফটাই থকাৰ সময়ত এখন অট’ৰে চিকিৎসালয়লৈ প্ৰেৰণৰ চেষ্টা কৰে।

মহিলাগৰাকী জী-জোঁৱাইৰ লগত বাস কৰিছিল। পৰিয়ালটোৰ আনসকল সদস্যৰ কথমপি প্ৰাণৰক্ষা পৰে বুলি স্থানীয় লোকে সদৰী কৰিছে।

এই ঘটনাত ভাস্কৰ গোস্বামী, ভগবান চন্দ্র দাস, চিত্রবঞ্জন কলিতা আদিৰ বাসগৃহৰো বিস্তৰ ক্ষতিসাধন হয়। একেদৰে এ এছ-০১ ই এম- ০৩১৫ নম্বৰৰ স্কুটী, চাৰিচকীয়া এ এছ-০১ ইকে- ৫১৮২ নম্বৰ, এ এছ- ০১ বি এছ-৬৩১৫ এ -০১ ই ডব্লিউ-৩১৫৯ নম্বৰৰ বাহন বিস্তৰ ক্ষতিসাধন হোৱাৰ উপৰি বহুকেইখন দুচকীয়া বাহন মাটি-বালিয়ে পুতি পেলায়। বাহনসমূহৰ উদ্ধাৰ অভিযান চলাইছে এছডিআৰএফে ৷

ইতিমধ্যে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সহ এটা দল ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লৈ সহায়ৰ আশ্বাস দিয়ে I

আনহাতে খাৰঘুলিত জলবিস্ফোৰণৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিকৃতি দাহ কৰি গুৱাহাটী মহানগৰ আছু কৰ্মীয়ে বিভিন্ন শ্ল’ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷

FFFখাৰঘুলিত জলবিষ্ফোৰণত নিহতৰ আত্মীয়লৈ দুইলাখ,আহতলৈ ১০হাজাৰ টকাৰ সাহাৰ্য ঘোষণা ৰাজহ মন্ত্রী যোগেন মোহনৰ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Heavy LossKhaghuliPipe line Blast
publisher

publisher

Related Posts

Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
India

May 28, 2023
Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান
Assam

May 27, 2023
MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !
India

MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

May 27, 2023
Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ
Assam

Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

May 27, 2023
Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া
India

Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

May 27, 2023
Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ
International

Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

May 27, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: