Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : শৰীৰ ভালে নাযাব। মানসিক চিন্তা বৃদ্ধি। অন্যান্য সমস্যাই মন ভাৰাক্ৰান্ত কৰিব পাৰে। প্ৰেমত মধুৰ ভ্ৰমণৰ সুযোগ।

বৃষ : শুভ অথবা মাংগলিক কাৰ্যত খৰচ বৃদ্ধি। নতুন কোনো সংবাদ প্রাপ্তি। পূৰ্বৰ সমস্যাৰ অন্ত। বিবাহৰ যোগ।

মিথুন : মানসিক শুভ। খোৱা লোৱাত তৃপ্তি। পাৰিবাৰিক সুখ বৃদ্ধি ৷ জ্যেষ্ঠজনৰ সহযোগ প্রাপ্তি।

কর্কট : আর্থিক স্থিতিৰ সন্তোষজনক প্ৰগতি। প্ৰেমত শুভ। ধন প্রাপ্তিৰ যোগ। শাৰীৰিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে।

সিংহ : আধ্যাত্মিক ক্ষেত্ৰত প্ৰগতি। আর্থিক সংকটে দেখা দিব পাৰে। ঘৰুৱা বিবাদে অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা।

কন্যা : পুৱাৰ ভাগত কিছু অশান্তিকৰ। লাহে লাহে পৰিস্থিতিৰ উন্নতি। আমোদ-প্রমোদ বৃদ্ধি। শুভ কাৰ্যত খৰচ বৃদ্ধি।

তুলা : মানসিক চিন্তা। আর্থিক সমস্যা দূৰ নহ’ব। অন্যান্য ক্ষেত্ৰত শুভ। পাৰিবাৰিক অশান্তি ।

বৃশ্চিক : দিন শুভ । কাৰ্যত সফলতা লাভ কৰিব। সু-সংবাদ লাভ। ভ্রমণ যোগ। প্রিয়জনৰ আগমন ।

ধনু : ভ্রাতৃৰ সহযোগ প্রাপ্তি। সৎ উদ্দেশ্যৰ কাৰ্যত সফলতা লাভ। প্রেমত অশান্তি। শাৰীৰিক শুভ।

মকৰ : ব্যৱসায়ত সফলতা প্ৰাপ্তিৰ যোগ। আর্থিক লাভ। স্বাস্থ্য ভালে নাযাব।

অন্যান্য ক্ষেত্ৰত শুভ দেখা যায়। কুম্ভ : কৰ্মক্ষেত্ৰত শুভ। ব্যৱসা-বাণিজ্যত শুভ ফল পাব। দৈহিক দিশত ভালে নাযাব। প্ৰেমত মতানৈক্য।

মীন : মানসিক উন্নতি। মান-সন্মান বৃদ্ধি। সামাজিক প্রতিষ্ঠা লাভ। আর্থিক স্থিতিৰ উন্নতি।

Exit mobile version