Horoscope: দিনটোৰ ৰাশিফল

horoscope 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : এই ৰাশিৰ জাতক-জাতিকাৰ উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মৰ কাৰণে বিদেশ গমন হ’ব পাৰে। যৌথ ব্যৱসায়ত সতর্ক থকা ভাল।

বৃষ : আপোনাৰ দিনটো খং, ৰাগ নিয়ন্ত্ৰণ কৰিলে ভাল ফল পাব। ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাৰ স’তে পৰামর্শ কৰা ভাল।

মিথুন : পুৰণি বেমাৰে শাৰীৰিক কষ্ট বৃদ্ধি কৰিব পাৰে। ঘৰৰ কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যোগ। সন্তানৰ ভাল।

কর্কট : নিবনুৱা ভাল-বেয়া মাজেৰে পাৰ হ’ব। শৰীৰ মধ্যম, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। দাম্পত্য আৰু প্ৰেমত মজলীয়া।

সিংহ : আপোনাৰ আর্থিক বেয়া নহ’ব। বিদ্যাত শুভ। উচ্চ শিক্ষাৰ যত্নৰ প্রয়োজন আছে। ভ্রমণৰ যোগ আছে।

কন্যা : মনৰ কোনো পুৰণি আশা পূৰণ হ’ব। ভাই-ভনীৰ মাজত সদ্ভাৱ বজাই ৰাখিব। ভ্ৰমণত শুভ।

তুলা : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ৰাজনীতিবিদসকলৰ কাৰণে পৰিস্থিতি জটিল হ’ব পাৰে। প্ৰয়োজনত বন্ধুৰ সহায় পাব ।

বৃশ্চিক : দিনটো কমৰ্ত্তব্যস্ততা দেখা যায়। সৰু সুৰা ভ্ৰমণৰ যোগ। কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব। বন্ধুৰক সহায় পাব ।

ধনু : আর্থিকত লেনদেন সতর্ক থাকিব। সন্তানৰ সাফল্যত আনন্দিত হ’ব। কন্যা সন্তানৰ বিবাহৰ কথা আগবাঢ়িব।

মকৰ : কৰ্মক্ষেত্ৰত খেলিমেলি হোৱাৰ আশংকা আছে। সহকৰ্মীৰ লগতো মতভেদ হ’ব পাৰে। প্ৰেমত ভাল। দূৰ ভ্ৰমণ ।

কুম্ভ : সামাজিক পৰিসৰ বৃদ্ধি পাব। মাটিবাৰী ক্ৰয় কৰাৰ কথা নভবাই ভাল হ’ব। নিবনুৱা কৰ্ম লাভৰ যোগ। উচ্চ শিক্ষাৰ যত্নৰ প্ৰয়োজন আছে।

মীন : বিদ্যাৰ্থীৰ কাৰণে দিনটো ভাল। প্ৰেমত ভাল হ’লেও দিনটো শেষ ভাগৰ ভুল বুজাবুজিৰ কাৰণে সাময়িক দূৰত্ব বৃদ্ধি হ’ব পাৰে। সন্তানৰ স্বাস্থ্যত নজৰ ৰাখক ।

Exit mobile version