Horoscope: দিনটোৰ ৰাশিফল
মেষ : কৰ্মৰ দিশত শুভ ফল। পাবলৈ টকাৰ বাবে বিবাদ হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। ধর্মীয় কামত দান কৰি আনন্দ লাভ কৰিব। বিবাহৰ প্ৰস্তাৱ আহিবপাৰে।
বৃষ : পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। ব্যৱসায়ৰ বাবে চিন্তা বৃদ্ধি হ’ব। প্ৰেমত ভাল ফল।
মিথুন : বন্ধুৰ কথা শুনি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। পেটৰ সমস্যা হ’ব পাৰে। কৰ্মচাৰীৰ বাবে ব্যৱসায় বৃদ্ধি হোৱাৰ সুযোগ আহিব পাৰে।
কর্কট : অতিৰিক্ত ক্রবোধ বাবে সমস্যা আহিব পাৰে। পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দৰকাৰ। বিদেশৰ পৰা কোনো আত্মীয়ৰ ভাল খবৰ অহাৰ যোগ।
সিংহ : কীটপতংগৰ পৰা অলপ সাৱধানে থাকক। সাংসাৰিক দিশত শুভ ফল। শত্ৰুৰ বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত বাধা দেখা যায়। বিদ্যাত শুভ ফল।
কন্যা : আর্থিক দিশত অশান্তি হ’ব পাৰে। আন ব্যৱসায় খৰচ বৃদ্ধি হ’ব। নামী সংস্থাৰ কামৰ আলোচনা হ’ব। ঘৰৰ পৰা শান্তি লাভ। প্ৰেমত বাধা দেখা যায়।
তুলা : নতুন ব্যৱসায়ৰ বাবে খৰচ বাঢ়িব। সম্পত্তিৰ বাবে মা-দেউতাৰ লগত বিবাদ হ’ব পাৰে । কৰ্মস্থানত ভাল ফল দেখা যায়। সন্তানৰ বাবে মৰা বৃদ্ধি ।
বৃশ্চিক : পাৰিবাৰিকভাৱে সমস্যা হ’ব পাৰে। ঘৰৰ বাহিৰত কোনো ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে। কৰ্মস্থানৰ মাজৰ পৰা বিদেশলৈ যোৱাৰ সম্ভাৱনা।”
ধনু : আত্মীয়ৰ ব্যৱহাৰ আপোনাক আঘাত দিব পাৰে। অতিৰিক্ত জনা কথাৰ বাবে ঘৰত বিবাদ হ’ব। সন্তানৰ লগত ভ্ৰমণ যাত্রা। প্ৰেমত বহু বেছি বাধা দেখা নাযায়।
মকৰ : পুৱাৰ পৰা স্বাস্থ্যৰ অশান্তি হ’ব পাৰে। প্ৰেমৰ দিশত শুভ ফলষ চিকিৎসাৰ ক্ষেত্ৰত খৰচ বৃদ্ধি। সন্তানৰ পঢ়া-শুনাৰ বাবে চিন্তা বাঢ়িব।
কুম্ভ : বন্ধুৰ ফালৰ পৰা মৰম লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত লোকচান হ’ব পাৰে। আৰ্থিক দিশত কষ্ট হোৱাৰ বাবে স্ত্ৰীৰ লগত বিবাদ হ’ব।
মীন : বুদ্ধিৰ ফলত অশান্তিৰ যোগ। মা-দেউতাৰ শৰীৰৰ লৈ চিন্তা বাঢ়িব উচ্চ শিক্ষাৰ ভাল ফল দেখা যায়। আন মানুহে দুৰ্বলতাৰ সুযোগ ল’ব পাৰে।