Drugs Seized In Nagaon:নগাঁৱৰ খ্ৰীষ্টানপট্টিত জব্দ পাঁচ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ

nagaon drug sseized

Drugs Seized In Nagaon:

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে চহৰ খনৰ খ্ৰীষ্টানপট্টিত জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় পাঁচ কোটি টকা মূল্যৰ ড্ৰাগছ

৫৬টা কণ্টেইনাৰত ২ কেজি ৪০০ গ্ৰাম হেৰ’ইন সৰবৰাহ কৰা আৰক্ষীয়ে তিনি সৰবৰাহকাৰী ক্ৰমে গুলজাৰ হুছেইন, ছানু শ্বেইখ আৰু নিজামউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

Exit mobile version