Horoscope: দিনটোৰ ৰাশিফল

Screenshot 2023 06 15 12 28 02 58 40deb401b9ffe8e1df2f1cc5ba480b12

Horoscope: দিনটোৰ ৰাশিফল

মেষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায়ত কোনো লোক বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

ADVERTISEMENT

বৃষ : স্বাধীন ব্যৱসায়ে সফলতা লাভ কৰিব। ভ্ৰাতৃৰ স’তে মতবিৰোধ হ’ব পাৰে। বিবাহৰ যোগ। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ১।

মিথুন : আর্থিক ক্ষেত্ৰত বন্ধৰ সহায় লাভ কৰিব। কোনো আত্মীয়ৰ দুঃসংবাদ মনৰ উদ্বেগ সৃষ্টি কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কর্কট : ব্যৱসায়-বাণিজ্যত পৰিৱৰ্তনৰ যোগ বিদ্যমান। আয় অনুপাতে ব্যয় বৃদ্ধি। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩।

সিংহ : নতুন কোনো কর্মে চুক্তিবদ্ধ হতে পাৰে। দাম্পত্যৰ মধ্যম ফল ৷ ভ্ৰমণ নকৰাই ভাল। বিদ্যাত মধ্যম। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ৯।

কন্যা : ব্যৱসায় জটিল কোন সমস্যাৰ সন্মুখঈন হ’ পাৰে। শৰীৰ স্বাস্থ্য ভাল। বিদ্যাত মনোযোগ দিয়া উচিত। শুভ ৰং বগা, শুভ সংখ্যা ৪।

তুলা : অংশীদাৰী ব্যৱসায় লাভজনক। প্ৰেমত নতুন যোগাযোগ আৰু আনন্দ লাভ ৷ বিদ্যাস্থান শুভ, শুভ ৰং বগা, শুভ সংখ্যা ৬।

বৃশ্চিক : দিনটো ব্যয়বহল হ’ব পাৰে। অৱসৰপ্ৰাপ্ত চাকৰি জীৱীৰ কৰ্ম লাভৰ কাৰকতা দেখা যায়। দাম্পত্যত বিৰোধ । প্ৰেমত শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

ধনু : ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত নতুন যোগাযোগ। মাটিবাৰীৰ পুৰণা সমস্যা সমাধান হোৱাৰ আশা আছে। দাম্পত্যত জটিলতা হ’ব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ১।

মকৰ : ব্যৱসায়ৰ ক্ষেত্ৰত আর্থিক সমস্যা হ’ব পাৰে। কৰ্মক্ষেত্ৰত মানসিক অশান্তি বৃদ্ধি হোৱাৰ আশংকা। দাম্পত্যত সন্তানৰ শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কুম্ভ : আর্থিক ক্ষেত্ৰত জটিলতা নাই। আয় বৃদ্ধিৰ কাৰকতা দেখা যায়। বিদ্যাত স্থান শুভ। স্বাস্থ্য মধ্যম। প্ৰেমত সমস্যা। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মীন : যানবাহন ব্যৱসায়ত লাভজনক হোৱাৰ যোগ। পাৰিবাৰিক শুভ। পঢ়া-শুনাত জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

Exit mobile version