Dispur Police:এন আৰ চিৰ তদানীন্তন সমম্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল এজাহাৰ

pratikhajela

Dispur Police:

ADVERTISEMENT

বহু চৰ্চিত এন আৰ চিৰ তদানীন্তন সমম্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে দিছপুৰ থানাত গীতিকা ভট্টাচাৰ্য নামৰ মহিলা এগৰাকীয়ে এক গোচৰ ৰজু কৰিছিল ১৩ জুলাইত ৷

কিন্ত ৰহস্যজনকভাবে আজি পৰ্যন্ত গোচৰটো। পঞ্জীয়ন নকৰিলে দিছপুৰ আৰক্ষীয়ে।

ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মহানগৰীত। কি কাৰণত আজি বাৰদিন পূৰ্বে দাখিল কৰা এজাহাৰ আজি পৰ্যন্ত পঞ্জীয়ন কৰাৰ পৰা দিছপুৰ আৰক্ষী বিৰত থকা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Exit mobile version