Horoscope: দিনটোৰ ৰাশিফল

Screenshot 2023 06 15 12 28 02 58 40deb401b9ffe8e1df2f1cc5ba480b12

Horoscope: দিনটোৰ ৰাশিফল

ADVERTISEMENT

মেষ : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে। কর্মসূত্ৰত ভ্ৰমণ যোগ। বিবাহৰ যোগ। নতুন উৎসাজনক খবৰে আনন্দিত কৰিব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা -৩।

বৃষ : গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্রয়োযোগ আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতৰ্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। শুভ ৰং নীলা, শুভ সংখ্যা – ২।

মিথুন : বৈষায়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্ৰা। শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪।

কর্কট : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগম। গৱেষকসকল সাফল্য লাভ। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

সিংহঃ পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। আয়বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্ৰেমত আবেগ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা -১

কন্যা : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ। দেহভাৱ বুলি ক’ব পাৰি। হেৰোৱা সম্পত্তি পুনঃ প্রাপ্ত অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা-১।

তুলা : আর্থিক দিশত অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানী সাফল্য উল্লেখযোগ্য। বন্ধুভাৱ দুৰ্বল। পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। শুভ ৰং বগা, শুভ সংখ্যা-৮।

বৃশ্চিক : ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়া লগত শুভ যোগাযোগ বজায় থাকিব। ভ্রমণত কষ্ট পাব। শুভ ৰং মাটিয়া, শুভ সংখ্যা-১।

ধনু : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা-৮।

মকৰ : কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আর্থিকত ভালেই দেখা যায়। আয়ৰ ক্ষেত্ৰত অনুকূল। বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা -৩।

কুম্ভ : ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু উন্নত। দুই এটা কামত বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত। শুভ ৰং পাতল হালধীয়া। শুভ সংখ্যা ৫।

মীন : কর্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধ পাব। শৰীৰ বৰ উন্নত নাথাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা- ২ ৷

Exit mobile version