Horoscope: দিনটোৰ ৰাশিফল
মেষ : ব্যৱসায়-বাণিজ্য আৰু কৰ্মত উন্নতি কাৰক। আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব, অন্য লোকৰ আগত দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আজিব পাৰে। শুভ ৰং কেশী, শুভ সংখ্যা -৩।
বৃষ : আজি শাৰীৰিক, মানসিক কিছু অশান্তি হ’ব পাৰে। ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় বেশৰ অথবা হালধিৰ, তিলক কপালত লগালে আপোনাৰ আর্থিক পক্ষ লাভজনক অৱস্থাত থাকিব হাতলৈ অহা কাম ভৰি নিদিব। ঘৰুৱা অশান্তি বাঢ়িব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
মিথুন : আজি শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থাকক বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভৱনা আছে। অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব বিপদ হ’ব পাৰে। শুভ ৰং সোণালী, শুভ সংখ্যা-১।
কর্কট : আজিৰ দিনটো আপোনাৰ কাৰণে বহুত শুভ দিন শিক্ষার্থীসকলৰ বাবে শুভ। ব্যৱসায়ত ধিহাহীজনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা। অন্যক প্রভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক কমখৰচ নকৰিব। ঘৰুৱা অশান্তি বাঢ়িব পাৰে। শুভ ৰং মটিয়া, শুভ সংখ্যা ৪।
সিংহ : প্ৰেম আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্রায় লৈ থাকিব। পাৰিবাৰিক জীৱনত সুখ লাভৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ দান কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা -৬।
কন্যা : আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। আজি সন্তানৰ পৰা আর্থিক লাভ হোৱাৰ আশা আছে। কৰ্মক্ষেত্ৰ আৰু বাণিজ্যক দিশত কিছু উন্নতিৰ যোগ। মনত অশান্তি হ’ব পাৰে। শুভ ৰং সোণালী, শুভ সংখ্যা-১।
তুলা : উন্নত দিনৰ অনুমান। কক্ষ চিন্তা অত্যাধিক খৰচ হ’লেও আয়ৰ থাকিব। কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কৃষক। ভবা কথাৰ লগত সাদৃশ্য কম যদওি প্রতিকূলে নহ’ব। শুভ ৰং নীলা, শুভ সংখ্যা-৫।
বৃশ্চিক : এটা সুখ-শান্তিৰে ভৰা পৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰিব। জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। শিক্ষক বৃদ্ধিজীৱৰ সুখ। কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।
ধনুঃ ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে। ভ্ৰমণত সষ্টম হওক। কিন্তু কোনোৰ প্ৰিয় বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ যিসকল যোগ্যবান সুনাম। শুভ ৰং বগা, শুভ সংখ্যা-২।
মকৰ : আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰোহই পাব পাৰি। শুভ ৰং বগা, শুভ সংখ্যা – ২।
কুম্ভ : ধনৰ আগমনে আপোনাক বহুত আর্থিক সকাহ দিব। কোনোরে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। সহজতে যি কৰো বুলি থিৰাং কৰিছিল। শুভ ৰং ৰঙা আৰু মেৰুণ। শুভ সংখ্যা ৯।
মীন : ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। আর্থিক দিশত আপোনাৰ উন্নতি হ’ব। শুভ ৰং বগা, শুভ সংখ্যা-৭।