Guwahati Ganja Seized:গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ গাঞ্জা

ganja seized

Guwahati Ganja Seized:

মহানগৰীৰ পল্টন বজাৰস্থিত গুৱাহাটী ৰে’ল ষ্টেচনত মঙলবাৰে মহানগৰ আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা

ৰে’ল ষ্টেচনত ৰখাই থোৱা তেজছ এক্সপ্ৰেছত বিশেষ পম খেদি অভিযান চলাই মহানগৰ আৰক্ষীয়ে ৰে’ল আৰক্ষীৰ সহযোগত অভিযান চলাই কে’বাটাও পেকেটত বান্ধি থোৱা নিষিদ্ধ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version