Horoscope: দিনটোৰ ৰাশিফল
মেষ : সাৱধানেৰে কামত আগুৱাওক। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব। দাম্পত্যত বুজাবুজি ৰাখক।
বৃষ : আর্থিকত কষ্ট অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত যোগ্যতা দেখা যাব। লিখা- পঢ়াত অগ্রগতি। বন্ধু-বান্ধবৰ আদৰ। শৰীৰ মধ্যম।
মিথুন : প্রায় অনুকূল প্রভাৱ। শৰীৰো প্ৰায় ভালেৰেই পাৰ হ’ব। সন্তানৰ পৰা সু-সংবাদ লাভ। দাম্পত্যত সহায় পাব।
কর্কট : আর্থিকত তেনে বাধা দেখা নাযায়। ঘৰুৱা দিশতো খুব বেয়া নহ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তি লাভ। ভ্ৰমণৰ সুযোগ।
সিংহ : কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব। বিদ্যাত যত্ন লোৱাৰ দৰকাৰ হ’ব।দৈহিক দিশত শুভ। প্ৰেমত মধ্যম। ঘৰুৱা চিন্তা।
কন্যা : শাৰীৰিক দিশত শুভ। পুৰণা মামলা-মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য।
তুলা : আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। বিদ্যাৰ্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান।
বৃশ্চিক : শৰীৰ মধ্যম। কৰ্মত সৰু-সুৰা বাধা থাকিব। ব্যৱসায়ত আনৰ সহায় লাভ। দাম্পত্যত চিন্তা।
ধনু : মধ্যম ফল। বিদ্যাত জটিল চিন্তা এৰাব পাৰিব। সন্তানৰ বাবে চিন্তা থাকিব। দাম্পত্যতো তদ্রুপ।
মকৰ : দিনৰ ১০ বজাৰ পৰা ভাল সংযোগ দেখা যায়। মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব।
কুম্ভ : গতানুগতিক কামত বেছি বাধা নাই। দাম্পত্যত ভালেই। কর্মক্ষেত্ৰত বাধা আঁতৰিব। শুভ সংবাদ লাভ।
মীন : আনন্দ প্রাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি । শৰীৰ খুব উন্নত নহ’ব।