Lat Mandal Arrested In Gahpur:গহপুৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান

উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল

latmandal arrested

Lat Mandal Arrested In Gahpur:

পুনৰ হাত দাঙিলে আৰু এজন চৰকাৰী কৰ্মচাৰীয়ে৷ গহপুৰৰ ৰাজহ চক্রৰ বিষয়া কাৰ্যালয়ত সোমবাৰে মুখ্যমন্ত্রীৰ তদাৰকী কোষে অৰ্তকিতে চলোৱা অভিযানত ঘোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্রেপ্তাৰ কৰে এজন লাট মণ্ডলক

আটকাধীন লাট মণ্ডলজনৰ নাম নৌচাদ আলী ৷ মাটিৰ নামজাৰি কৰি দিয়াৰ বাবদ এজন লোকৰ পৰা ধন লৈছিল ঘোচখোৰ লাট মণ্ডলজনে ।

ইতিমধ্যে অধিক জেৰাৰ বাবে আটকাধীন মণ্ডল নৌচাদ আলীক মুখ্যমন্ত্রীৰ তদাৰকী কোষে তদাৰকী কোষে গুৱাহাটীলৈ আনিব বুলি জানিব পৰা গৈছে ৷

Exit mobile version