Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : কর্মস্থানত মাধ্যম, সূর্য পূজা কৰক। ঘৰুৱা সামগ্ৰী ওপৰত নজৰ দিয়ক ব্যয় বৃদ্ধি, শুভ ৰং ৰঙা, শুভ সংখ্যা ২।
বৃষ : পৰিৱেশ অস্থিৰ হ’ব। শৰীৰ প্ৰতি যত্ন লওক, কৰ্মত শুভ, দুখীয়া অন্নদান কৰক। কমলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ।
মিথুন : কৰ্মদক্ষতা ওপৰত সা-সন্মান বৃদ্ধি, ভ্ৰমণত মাধ্যম, বিদ্যাত কিছু জটিলতা আছে। ব্যয় বৃদ্ধি, গোপন শত্রু বৃদ্ধি, গোলপীয়া ৰং শুভ, শুভ সংখ্যা ৫।
কর্কট : কর্মব্যস্তাতা বৃদ্ধি, দুখীয়াক অন্ন বস্ত্ৰ দাদ কৰক, শত্রু নাশ, খৰচৰ মাত্রা বৃদ্ধি । শুভ ৰং সোণালী, শুভ সংখ্যা ৪।
সিংহ : তীৰ্থ ভ্ৰমণৰ কৰা যোগ। লিখক, ৰাজনীতিবিদ, সমাজকৰ্মী আদিৰ সন্মান বৃদ্ধি, আয় বৃদ্ধি, প্ৰেমত বাধা, শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
কন্যা : কোনো শুভ সংবাদ পাব পাৰে, প্ৰেমত কষ্ট, ভ্ৰমণত শুভ। শত্ৰুৰ পৰা সাৱধান। নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩।
তুলা : কৰ্মত উন্নতিৰ যুগ। নতুন বিদ্যাত ফলৱৰ্তী হ’ব। হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে। প্ৰেমত মাধ্যম, ভ্রমণ নকৰাই ভাল। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।
বৃশ্চিক : কৰ্মত উদাৰতা থাকিব। প্ৰেমত শুভ, মন্দিৰ দৰ্শনে আনন্দি দিব। মাটি সম্পতি ক্রয় কৰিব পাৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
ধনু : কৰ্মস্থানত ধৈৰ্যৰ প্ৰয়োজন। যান-বাহনৰ পৰা সাৱধান। পাৰিবাৰী মনোমিল্য, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬।
মকৰ : কর্মস্থানত উন্নতি যোগ। প্ৰদূষণৰ পৰা সাৱধান। কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি। শুভ ৰং সোণালী, শুভ সংখ্যাত।
কুম্ভ : কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব। ধর্মস্থান ভ্রমণত আনন্দিত হ’ব। চিন্তাশীল আৰু জনহিতকৰ কামত সুফল। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮।
মীন : কার্য সিদ্ধি হ’ব। নীলম ৰত্ন ধাৰণ কৰিব। বন্ধুবৰ্গৰ পৰা সহায় পাব । খৰচ বৃদ্ধি। শত্রু কমিব। দাম্পত্য মাধ্যম। ক্রীম শুভ ৰং, শুভ সংখ্যা ৫।