Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : মাটি-বাৰী, ধন লাভৰ যোগ। সু বন্ধুৰ লগ পাব। শাৰীৰকি বিষ বেদনা বৃদ্ধি পাব, ভ্ৰমণত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।
বৃষ : ঘৰ-দুৱাৰ উন্নতিৰ চিন্তা, দাম্পত্যত বিশৃংখলা ৰহস্য মূলক কামত মনোযোগ বৃদ্ধি ৷ ভ্ৰমণত মাধ্যম। মেৰুণ শুভ ৰং, শুভ সংখ্যা ৯।
মিথুন : কর্মস্থানত উন্নতি। শত্রু বৃদ্ধি হ’ব। শৰীৰৰ উন্নতি হ’ব। ব্যয় বৃদ্ধি, আপোনাৰ কথাত আনক কষ্ট দিব পাৰে। হালধায়া শুভ ৰং, শুভ সংখ্যা ৪।
কর্কট : আৰ্থিকত বাধা কম পাব। কিন্তু কোনোৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰো মধ্যম। পাৰিবাৰিক শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
সিংহ : বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক। খুচৰা ব্যধিয়ে আমনি কৰিব। কৰ্মত উন্নতি। শুভ ৰং গোলপী, শুভ সংখ্যা ১।
কন্যা : আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাৰ্থীৰ কিছু বেমাজালি আহিব পাৰে। প্ৰেমত শুভ। দাম্পত্যত সাধাৰণ মতান্তৰ। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
তুলা : আর্থিক দিশত প্ৰয়োজনীয় বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰবাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্ৰ যোগৰ আশা। বিয়া-বাৰুৰ সংযোগ। শুভ ৰং বগা, শুভ সংখ্যা ৬।
বৃশ্চিক : কৰ্মত উদাৰতা থাকিব। প্ৰেমত শুভ, মন্দিৰ দৰ্শনে আনন্দি দিব। মাটি সম্পতি ক্ৰয় কৰিব পাৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
ধনু :কর্মক্ষেত্ৰত বিশেষ কাৰণত কোনোৱে উপৰুৱা ব্যস্ততাত ভুগিব। আনহাতে, দিনটো পৰিষ্কাৰ থাকিব। শৰীৰ ভালেৰে যাব। বিদ্যাত বেয়া দেখা নাযায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।
মকৰ : কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্ৰদ উন্নতিৰ যোগ শুভ ৰং মাটিয়া। শুভ সংখ্যা ১।
কুম্ভ : শিল্প কলাত পাৰদৰ্শিতা থাকিব। আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কাৰকা। দূৰ ভ্ৰমণ যোগ। শুভ ৰং ক’লা হালধীয়া। শুভ সংখ্যা ৪।
মীন : যত্নৰ দ্বাৰা বিদ্যাত সাফল্য আভা। আর্থিকত ব্যয় বৃদ্ধি পাব। কোন দূৰ বাৰ্তাত আনন্দ লাভ। বেংক কৰ্মচাৰীৰ শুভ। কোন কাৰণত মন চঞ্চল থাকিব। প্ৰেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।