Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : কর্মস্থান মধ্যম, দূৰ ভ্ৰমণৰ যোগ। বিদ্যা-বুদ্ধিত শুভ। সন্তানক লৈ চিন্তা বাঢ়িব। শৰীৰত বিষ হ’ব পাৰে। শুভ ৰং মুগা, শুভ সংখ্যা ২।
বৃষ : কর্মোন্নতিত আনৰ প্ৰভাৱ পৰিব পাৰে। বিখ্যাত লোকৰ সংগ পাব পাৰে। ভ্রমণ নকৰাই ভাল। শুভ ৰং, নীলা, শুভ সংখ্যা ৫।
মিথুন : পশ্চিম দিশত ভ্ৰমণত লাভৱান হ’ব। শত্রু নাশ হ’ব, গোপন তথ্যৰ সন্ধান পাব পাৰে। আৰ্থিক ব্যয়, শৰীৰ মাধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা 81
কর্কট : কর্মস্থানত উচ্চ পদস্থ ব্যক্তিৰ পৰা লগত সাক্ষাৎ হ’ব পাৰে। খৰচ বৃদ্ধি সু-সংবাদ পাব। কিছু পৰিস্থিতিৰ লগত মোকাবোলা কৰিব লগা হ’ব| পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
সিংহ : ধার্মিক দিশ প্ৰকাশ পাব। কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম আর্থিক চিন্তা বৃদ্ধি। বিষ্ণু ভগৱানক পূজা কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ১।
কন্যা : কোনো যোগাযোগাৰ পৰা লাভৱান হ’ব পাৰে। কৰ্মস্থানত মাধ্যম। শিং থকা জীৱ-জন্তুৰ পৰা সাৱধান হওক। প্রেমত কষ্ট, মাঘন ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৫।
তুলা : লেখক-লেখিকাৰ সুনাম বৃদ্ধি, সততা ৰক্ষা পৰিব। শৰীৰ ভাল, কৰ্ম ব্যস্ততা বাঢ়িব। দাম্পত্য শুভ, নতুন সংস্থাপন পাব পাৰে। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।
বিশ্চিক : যান-বাহনত কষ্ট হ’ব পাৰে। কৰ্মত মাধ্যম। নিজৰ শক্তিৰ বিশ্বাস ৰাখক। ব্যয় বৃদ্ধি, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।
ধনু : কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি। মনত দুচিন্তা নানিব। খৰচৰ যাত্ৰা বৃদ্ধি, শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
মকৰ : কৰ্মত জটিল হ’ব। বন্ধুৰ পৰা সাৱধান হওক। দুষ্ট লোকৰ পৰা সাৱধান, হওক। বিদ্যাত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
কুম্ভ : বাত বিষ হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত শুভ। আনৰ ওপৰত ভৰষা নকৰিব। সমস্যা সমাধান হ’ব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ১।
মীন : নতুন যোগাযোগৰ অনুকূল আশা, বিদ্যাত মাধ্যম। আকস্মিক কোনো সুযোগ সম্ভৱনা আছে, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।