Today Horoscope:দিনটোৰ ৰাশিফল

Screenshot 2023 06 15 12 28 02 58 40deb401b9ffe8e1df2f1cc5ba480b12

Today Horoscope:দিনটোৰ ৰাশিফল

মেষ : শত্রু কমিব, ঘৰুৱা কামত উন্নতি হ’ব, ব্যৱসায় লাভজনক। শৰীৰ অলপ কষ্ট অনুভৱ হ’ব, শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

ADVERTISEMENT

বৃষ : দক্ষতা আৰু সন্মান বৃদ্ধি, কর্মত উন্নতি, গুপন শত্ৰুৰ পৰা সাৱধান। শৰীৰ মাধ্যম, বিদ্যাত শুভ। শুভ ৰং, বগা, শুভ সংখ্যা ৭।

মিথুন : ব্যয় অধিকত্ৰ ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব। ভ্ৰমণত কষ্ট, ক্ষোভ হতাশা আঁতৰিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।

কর্কট : কর্মস্থানত নতুন উদ্‌সেৰে কাম কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা সাৱধান হওক। অযথা খৰচ নকৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

সিংহ : কৰ্মত স্থানত মাধ্যম। বন্যপ্ৰাণীৰ পৰা সাৱধান হওক, দাম্পত্য কিছু সমস্যা সন্মুখীন হ’ব পাৰে। সৰলতাৰ সুযোগ আনে ল’ব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৩।

কন্যা : নতুন কর্ম সংস্থাপনৰ বাট মুকলি হ’ব, গাড়ী-মাটি ক্রয় কৰিব পাৰিব। দাম্পত্য শুভ, উগ্র সাহস প্ৰদৰ্শন নকৰিব। হালধীয়া ৰং শুভ। শুভ সংখ্যা ৯।

তুলা : কৰ্ম আৰু আৰ্থিকত উন্নতি। ব্যস্ততা বৃদ্ধি, উৎসাহ-উদ্দিপন বৃদ্ধি পাব,শিক্ষাৰ্থীৰ সকলৰ শুভ। গুলপীয়া ৰং শুভ, শুভ সংখ্যা ৮।

বৃশ্চিক : কর্মস্থানত শুভ, প্ৰেমত শুভ, পাৰিবাৰিক শান্তি। বিদ্যাত মাধ্যম শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং বগা, শুভ সংখ্যা ৩।

ধনু : চৰকাৰী চাকৰিয়ালৰ পদ্দোন্নতিৰ যুগ, দুখীয়াক বস্ত্ৰ অন্ন দান কৰিব অন্ধবিশ্বাস মনৰ নাৰাখিব। উৎকণ্ঠা আঁতৰিব গোলপীয়া ৰং শুভ। শুভ সংখ্যা ২।

মকৰ : আর্থিক অসুবিধা হ’ব পাৰে। কৰ্মস্থানত উন্নতি, বিদ্যাত শুভ। কলা গুৰুক ৰুটি খুৱাব। কমলা ৰং শুভ । শুভ সংখ্যা ৪।

কুম্ভ : কর্ম মাধ্যম যদিও কিছু সমস্যা থাকিব পাৰে, দাম্পত্য শুভ, আর্থিক সম্পতি হানি হ’ব পাৰে। মাটিয়া ৰং শুভ শুভ সংখ্যা ৫।

মীন : বিদ্যাত মাধ্যম, শৰীৰ কিছু দুৰ্বল হ’ব পাৰে। মন্দিৰ দৰ্শন অধিক লাভ হ’ব। প্ৰেমত বাধা, শুভ ৰং ৰঙা । শুভ সংখ্যা ১।

Exit mobile version