Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : কৰ্মত উন্নতিৰ যোগ। নিবনুৱাৰ কৰ্ম সংস্থাপন, সংঘাট আঁতৰিব। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৪।
বৃষ : কামৰ ব্যস্ততা বাঢ়িব। আর্থিক উন্নতি। শিৱ মন্দিৰ দৰ্শন কৰক, খং কমাওক। বিদ্যাত মাধ্যম। শুভ ৰং, বগা, শুভ সংখ্যা ২।
মিথুন : কর্মক্ষেত্ৰত উন্নতি। অর্থ লাভৰ যুগ, ভ্ৰমণত মাধ্যম। পাৰিলে তিতা নাখায়। শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ৫।
কর্কট : ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি। আর্থিক উন্নতি, কর্মব্যস্ততা বুদ্ধি। খং নকৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
সিংহ : ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক-মানসিক শক্তি বৃদ্ধি, হনুমানৰ পূজা কৰিব আর্থিক উন্নতি বৃদ্ধি । শুভ ৰং কমলা, শুভ সংখ্যা ৪।
কন্যা : কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, ভ্ৰমণত শুভ, শৰীৰৰ প্ৰতি যত্ন লওক। শত্রু নাশ। শুভ গোলপীয়া ৰং শুভ। শুভ সংখ্যা ৩।
তুলা : আত্মনির্ভশীল হ’ব পাৰিব, বগলা দেৱী পূজা কৰক সংযম ৰক্ষা পৰিব। ভ্ৰমণত মাধ্যম। অর্থলাভ, ৰঙা ৰং শুভ, শুভ সংখ্যা ৯।
বৃশ্চিক : সা-সম্পত্তি ক্রয় কৰিব পাৰিব। শিল্পী কলা কৌশলৰ জড়িত ব্যক্তিৰ উন্নতি। যানবাহন পৰা সাৱধান, শুভ ৰং ক্রীম, শুভ সংখ্যা ৬।
ধনু : ধীৰ-স্থিৰ সৌভাগ্যশীল হোৱাৰ যুগ, হনুমান চালিচা পাঠ কৰক শত্রু নাশ। কর্মত উন্নতি, পাতল নীলা ৰং শুভ, শুভ সংখ্যা ৪।
মকৰ : হতাশা আঁতৰিব। গহীন ভ্রমণপ্রিয়, চিন্তাশীল লোক হিচাপে খ্যাতি। কর্মত মধ্যম সোণালী ৰং শুভ । শুভ সংখ্যা ৪।
কুম্ভ : ধার্মিক দিক প্রকাশ, হতাশা আঁতৰিব, সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব। মনত দুচিন্তা নাৰাখিব, মেৰুণ ৰং শুভ, শুভ সংখ্যা ৪।
মীন : কৰ্মোন্নতি, বন্ধুৰ পৰা দূৰত থাকক। পুৰণি ৰোগে কষ্ট দিব পাৰে। খৰচ বৃদ্ধি, ভ্ৰমণত শুভ। শুভ ৰং হালধীয়া শুভ সংখ্যা ১।