Thift Arrested In Gandhibasti:মহানগৰীত অব্যাহত চোৰৰ উপদ্ৰৱ

গান্ধীবস্তিত পুৱাই ৰাইজে আটক কৰিলে গভাইত চোৰ

thift arrested

Thift Arrested In Gandhibasti:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি চোৰে অব্যাহত ৰাখিছে চাফাই অভিযান৷ চোৰৰ সন্ত্রাস বৃদ্ধি পোৱাৰ মাজতে। বুধবাৰে পুৱাই গান্ধীবস্তিত হাতে-লোটে কৰায়ত্ত কৰে এটা গভাইত চোৰক

গান্ধীবস্তিৰ চান্দমাৰী ৰে’ল লাইনৰ সমীপত এটা বাসগৃহত পানীৰ মটৰ চুৰি কৰিবলৈ লওঁতেই চোৰটোক আটক কৰে গৃহস্থই ৷ ধৃত চোৰটোৰ নাম বাবু তালুকদাৰ ৷

ইতিমধ্যে চোৰটোক গতাই দিয়ে চান্দমাৰী আৰক্ষীক ৷

Exit mobile version