Trishna Sharma Relieved Of Responsibility:ভাৰতীয় জনতা পার্টি, কৃষক মৰ্চা, ৰাজ্যিক কাৰ্য্যালয় সম্পাদিকা তৃষ্ণা শৰ্মাক তাৎক্ষনিকভাৱে দায়িত্বৰ পৰা অব্যাহতি

women leader bjp

Trishna Sharma Relieved Of Responsibility:

ভাৰতীয় জনতা পার্টি, কৃষক মৰ্চা, ৰাজ্যিক সভাপতি দেৱজিত বৰাই ১৬ আগষ্টৰ পৰা বলবৎ হোৱাকৈ কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্য্যালয় সম্পাদিকা (যুটিয়া) তৃষ্ণা শৰ্মাক তাৎক্ষনিকভাৱে দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিব দিয়ে ৷ পৰৱর্তী নির্দেশ নোপোৱা পৰ্য্যন্ত এই নির্দেশ বলবৎ থাকিব বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰে ভাজপাৰ কৃষক মৰ্চা, ৰাজ্যিক সভাপতি গৰাকীয়ে ।

ADVERTISEMENT

উল্লেখ্য যে, ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যা কাণ্ডৰ স’তে নাম সাঙোৰ খাইছিল বিজেপিৰ কৃষক মৰ্চাৰ নেত্ৰী গৰাকীৰ ৷ যাৰবাবে অৱশেষত দলীয় ৰোষত পৰি সকলো বিষয়বাবৰ পৰা অব্যাহতি দিয়ে দলীয় নেতৃত্বই ৷

Exit mobile version