Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : আনৰ প্ৰতি আকোৰগোজ ভাব হ’ব পাৰে; কৰ্ম ব্যস্ততা বৃদ্ধি; প্ৰেমত শুভ সম্পদ লাভ; শুভ ৰং মাখন; শুভ সংখ্যা ২।
বৃষ : খৰচ বৃদ্ধি; ভ্ৰমণত শুভ; বন্ধুৰ পৰা উপকৃত হ’ব; সুস্থিৰ চিন্তাৰে সমস্যা সমাধান; শুভ ৰং নীলা; শুভ সংখ্যা ৮।
মিথুনঃ ব্যৱসায়ত বাণিজ্যত শুভ; বিদ্যাত শুভ; শিক্ষাবিদ; ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি; শুভ ৰং বগা; শুভ সংখ্যা ৬।
কর্কট : কার্য সিদ্ধিযুগ; পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব; বন্ধুৰ পৰা উৎসাহ পাব; শিৱ মন্দিৰ দৰ্শন; শুভ ৰং হালধীয়া; শুভ সংখ্যা ৫।
সিংহ : শিৱ মন্দিৰ দৰ্শন কৰিব; কাৰ্যসিদ্ধি; ভ্রমণ সোফালে কৰিব; পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব; শুভ ৰং নীলা; শুভ সংখ্যা ২।
কন্যা : কৰ্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব; প্ৰেমত মাধ্যম; আনক অন্যায় নকৰিব; ভ্ৰমণত শুভ; বেগুনীয়া শুভ ৰং; শুভ সংখ্যা ১।
তুলা : জ্ঞানী লোকৰ সান্নিধ্য পাব; বেল গছৰ তলত চাকি জ্বলাওক;ব্যৱসায়ত উন্নতি; শুভ ৰং ক্রীম; শুভ সংখ্যা ৭।
বৃশ্চিক: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব পাৰে; পানীৰ পৰা ভয়; শিক্ষাবিদ, লেখিকা আদিৰ কৰ্মব্যস্ততা বৃদ্ধি; শুভ ৰং মেৰুণ; শুভ সংখ্যা ৪।
ধনু : কর্মস্থান কিছু জটিলতা হ’ব পাৰে; পৰিৱেশৰ লগত মিলাই কাম কৰক; হুমুৰকৈ কাম নকৰিব; শুভ ৰং বগা; শুভ সংখ্যা ২।
মকৰ : শিং থকা জন্তুৰ পৰা সাৱধান হওঁক; প্রেম মাধ্যম; সংঘাট আতৰিব; কৰ্মত শুভ, বন্ধুৰ পৰা উৎসাহিত হ’ব; শুভ ৰং সোণালী; শুভ সংখ্যা ৯।
কুম্ভ : শাৰীৰিক আৰু মানসিক শান্তি লাভ; জেদ ভাব মনলৈ নানিব; কৰ্মস্থান মাধ্যম; কলা গৰুক ৰুটি খুৱাওক; শুভ ৰং সেউজীয়া; শুভ সংখ্যা ৩।
মীন : আনৰ প্ৰতি উদাৰতা প্রকাশ; কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি; প্ৰদূষণৰ পৰা কষ্ট হ’ব পাৰে; শিৱ মন্দিৰ দৰ্শন কৰক; শুভ ৰং ৰঙা; শুভ সংখ্যা ৪।