Chirang BTR Eviction RMC President
বিটিআৰৰ উচ্ছেদ সন্দৰ্ভত বিটিচিৰ বিভিন্ন সংখ্যালঘু দল-সংগঠনৰে গুৱাহাটীত বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৰ সৈতে আলোচনা অনুষ্টিত হয় শনিবাৰে। আলোচনাৰ অন্তত বিটিআৰত আচলতে উচ্ছেদ হবনে নহয় সেই সন্দৰ্ভত সংবাদ মাধ্যমক জনালে বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে।
ADVERTISEMENT
বিটিচি চুক্তি অনসৰি ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত যি সকল লোক বিটিচিত আছিল তেওঁলোক বিটিচিৰ বাসিন্দা আৰু তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে । গতিকে সেই সকল লোকক উচ্ছেদৰ পুৰ্বেই সংস্থাপন দিয়াৰ বিষয়লৈ আলোচনা অনুষ্টিত হয় আৰু বৰ্তমান উচ্ছেদ বন্ধ ৰখাৰ বিষয়েও জানিব দিয়ে পৰিষদৰ নেতাজনে।