Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : পৰিৱেশ অস্থিৰ হ’ব পাৰে, নতুন সংযোগ পাব পাৰে। খৰচ বৃদ্ধি, বস্তু লাভৰ যোগ। ভ্ৰমণ শুভ, শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ২।
বৃষ:খৰচ বৃদ্ধি, শুভ কৰ্মৰ যোগ। শৰীৰ মাধ্যম, কিছু জটিলতা সন্মুখীন হ’ব পাৰে, শুভ ৰং বেঙণীয়া, শুভ সংখ্যা ৫।
মিথুন : মাতৃৰ শুভ, শৰীৰৰ মাধ্যম, সন্মান বৃদ্ধি, কর্মক্ষেত্ৰত শুভ। আয়বৃদ্ধি, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
কর্কট : মনৰ দৃঢ়তা বৃদ্ধি। কর্ম ব্যস্ততা বৃদ্ধি, শত্ৰু পৰা সাৱধান। শিৱ মন্দিৰত পূজা কৰক। দুখীয়াক বস্ত্ৰ দান কৰক। শুভ ৰং মৃগা। শুভ সংখ্যা-৪।
সিংহ : কর্মত মাধ্যম। নিজ সম্পাদৰ ওপৰত নজৰ ৰাখক। বন্ধুৰ পৰা সতর্ক হওক। ভ্ৰমণত কষ্ট, পাৰিবাৰীক বুজাবুজিৰ অভাৱ, শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
কন্যা : নিজৰ স্থিতি অটুট ৰাখিব, কৰ্মত মাধ্যম, শৰীৰ যত্ন লওক। বন্ধুৰ পৰা উৎসাহ পাব। ভ্ৰমণত কষ্ট, শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৩।
তুলা : কর্মত শুভ, ধৈৰ্যৰ সুফল। বিদ্যাত শুভ, ভ্ৰমণত শুভ, বিদ্যাৰ . প্রতি যত্ন লওক, শুভ ৰং বগা। শুভ সংখ্যা ১।
বৃশ্চিক : পদ্দোন্নতি যুগ, ধনৰ লালসা বৃদ্ধি, পিছবেলা যান-বাহনৰ পৰা সাৱধান হওক, অর্থ নাশ হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
ধনু : কৃতিত্ব লাভৰ যুগ। শিল্পী, বিজ্ঞানী, ৰাজনৈতিকবিদ সন্মান বৃদ্ধি, বিদ্যা বুদ্ধিত শুভ, শুভ ৰং মাখন, শুভ সংখ্যা ৪।
মকৰ : আশা কৰা মতে সুফল পাব। আনক অনিষ্ট কৰিব পাৰে। ভ্ৰমণত শুভ, ধৰ্মগুৰু দৰ্শনে আনন্দিত কৰিব। ধনৰ চিন্তা বৃদ্ধি, শুভ ৰং বগা। শুভ সংখ্যা ৫।
কুম্ভ: ধন আগমনৰ যুগ, শত্রু নাশ, জ্ঞানী লোকৰ পৰা উৎসাহ পাব। কর্মস্থান মাধ্যম, বিদ্যাত শুভ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮।
মীন : অর্থ লাভ, ভ্ৰমণত শুভ, সময় অপচয় নকৰিব, মানসিক স্থিতি দুর্বল, সম্পদ লাভ। শুভ ৰং মুগা, শুভ সংখ্যা ২।