Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : মানসিক অস্থিৰতা দূৰ হ’ব। তথাপিও শৰীৰটো অৱশ যেন অনুভৱ হ’ব। সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব। প্রাপ্তি ধন লাভৰ সম্ভৱনা। যান-বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে। প্ৰেমত অতিকৈ শুভ বিবাহৰ যোগাযোগত শুভ। হালধীয়া শুভ ৰং, শুভ সংখ্যা ৯।
বৃষ : ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা। আর্থিক খৰচৰ মাত্ৰা বৃদ্ধি পাব। মাটি-বাৰীৰ লেন-দেনত সাৱধান হ’ব। মামলা-মোকদমাত ক্ষতি হোৱা সম্ভাৱনা। বিবাহৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৬।
মিথুন : সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব। প্ৰতিবেশীৰ লগত সম্ভাৱ ৰাখিব। বিদ্যা ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে। দুৰ ভ্ৰমণৰ যোগ দেখা যায়। নীলা শুভ ৰং, শুভ সংখ্যা ১।
কর্কট : কর্মক্ষেত্ৰত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে। খেলা-ধূলাৰ লগত জড়িত সকলে সুফল পাব। মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকবিৰ। গুলপীয়া ৰং শুভ, শুভ সংখ্যা ৪
সিংহ : শৰীৰ মধ্যম। কৰ্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব। মোকর্দমা আদিত সফলতা আহিব। ঘৰুৱা শাস্তি বিৰাজমান। ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। প্ৰেমত শুভ। ৰঙা শুভ ৰং ।
কন্যা : ব্যবসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব। যান- বাহন কিনাৰ ক্ষেত্ৰত বাধা নাই। শুভ ৰং বগা, শুভ সংখ্যা ১০।
তুলা : কর্মক্ষেত্ৰত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে। বিদ্যাত জটিলতা কম। দাম্পত্যত নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিব লাগিব। আর্থিকত মধ্যম
প্রভাৱ। দেহ বৰ সুস্থ নাথাকিব । নীলা শুভ রং, শুভ সংখ্যা ৬।
বৃশ্চিক: আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্ৰা বাঢ়িব। ঘৰুৱা তথা কর্মস্থানত বিশেষ আকাল নাপাব। পিতৃৰ খুব বেয়া নহয়। অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।
ধনু : বৈষয়িক ক্ষেত্ৰত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কর্মস্থানত সামগ্রিক ক্ষেত্ৰত আশাপূর্ণ যোগাযোগ পাব। বিশ্বাস যোগ্য বন্ধু-বান্ধৱৰ পৰা উপকৃত হ’ব। বিয়া-বাৰুৰ যোগাযোগ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
মকৰ : দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ বাবে মধ্যম নিকট আত্মীয়ৰ কোনে খৰবত চিন্তিত। বিয়া-বাৰুৰ যোগাযোগত শুভ। ব্যৱসায়ীসকলৰ দূৰ
ভ্ৰমণ সফল হ’ব পাৰে। শুভ ৰং ক’লা, শুভ সংখ্যা ১।
কুম্ভ : চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বিদ্যাত অশুভ নহ’ব। কৰ্মত তৎপৰতা থাকিব। শৰীৰৰ প্ৰতি যত্ন ৰখাটো বিশেষ দৰকাৰ হ’ব। অর্থলাভৰ তুলনাত খৰচৰ পৰিমাণ বৃদ্ধি। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪
মীন : মনোবল বৃদ্ধি পাব। মাতৃৰ শুভ। ধন-বিতৰ উন্নতিৰ অনুভৱ। নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা। কৰ্মক্ষেত্ৰত সামান্য বাধাৰ কাৰকতা। যাত্ৰাদিত শুভ। সু-বন্ধু লাভ। প্ৰেমত আহুকাল সাধাৰণ। নীলা ৰং শুভ। শুভ সংখ্যা ৩।