Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : কৰ্মত সফলতা, যানবাহনৰ পৰা সাৱধান। ব্যৱসায়ত উন্নতি, শৰীৰ উন্নত। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
বৃষ:শৰীৰৰ প্ৰতি যত্ন লওক। ব্যৱসায়ত শুভ, কৰ্মত মধ্যম। শুভ ৰং মুগা, শুভ সংখ্যা ১।
মিথুনঃ কর্মস্থানত সন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধি। বিবাহ প্ৰাৰ্থীৰ যোগাযোগত সফল, শৰীৰ উন্নতি । শুভ ৰং মেৰুণ, শুভ ৭।
কর্কট : কৰ্মত সুস্থিৰতা বৃদ্ধি, গৃহত মাংগলিক পৰ্ব সম্পন্ন হ’ব। বিদেশ ভ্ৰমণৰ সুযোগ পাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।
সিংহ : নতুন কর্মসংস্থাপনৰ সুযোগ। নিৰামিষ আহাৰ খাওক। মূল্যৱান সম্পদ লাভ। শুভ ৰং বগা, শুভ সংখ্যা ৩।
কন্যা : শিৱ মন্দিৰত পূজা কৰক। বেল গছ ৰোপণ কৰক। অৰ্থ লাভ ৷ বিয়াৰ যোগ। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৬।
তুলা : আনক উপকাৰ কৰি মনৰ সন্তুষ্টি পাব। লেনদেন কৰোতে সাৱধান ৷ ভ্ৰমণত শুভ। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ৩।
বৃশ্চিক : কৰ্মত শুভ। জুইৰ পৰা সাৱধান। বস্ত্ৰ অলংকাৰ লাভ। ভ্ৰমণত কষ্ট? অর্থ লাভ। শুভ ৰং সোণালী, শুভ সংখ্যা ৯।
ধনু : কৰ্মত উন্নতি। বিবাহৰ সংযোগ। পেটৰ অসুখ, ৰক্তচাপ বৃদ্ধি, অৰ্থ লাভ। শুভ ৰং বগা, শুভ সংখ্যা ৫।
মকৰ : খং কমাওক, উন্নতি হ’ব। শিৱ মন্দিৰ দৰ্শন কৰক, কর্মসংস্থাপনৰ যোগ। আর্থিক উন্নতি। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১
কুম্ভ : নতুন যোগাযোগ সুফল। ভ্ৰমণ কৰোতে সাৱধান হওক। প্ৰেমত | শুভ, অর্থ নাশ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
মীন: কর্মত শুভ, নিৰামিষ খাওক, শিৱলিংগত গাখীৰ দিয়ক, সুফল পাব। শৰীৰ উন্নত। শুভ ৰং বগা, শুভ সংখ্যা ১।