Today Horoscope: দিনটোৰ ৰাশিফল
মেষ : ব্যৱসায় ক্ষেত্ৰত খৰচ বৃদ্ধি। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। কামৰ চাপ বৃদ্ধি হ’ব। স্ত্ৰীৰ লগত অলপ বিবাদ হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ২।
বৃষ : নতুন গৃহ নিৰ্মাণ হোৱাৰ সম্ভাৱনা। চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে। অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। প্ৰেমত বাধা আহিব। শুভ ৰং বগা। শুভ সংখ্যা-২।
মিথুন : আর্থিক দিশত অশান্তি হ’ব পাৰে। অতিৰিক্ত অর্থ লাভৰ আশা সমস্যা সৃষ্টি কৰিব। বিজ্ঞান চর্চায় অগ্ৰগতিৰ সম্ভৱনা দেখা যায়। শত্ৰুৰ পৰা সাৱধানে থাকক। শুভ ৰং চাই ৰং। শুভ সংখ্যা ৫।
কর্কট : পৰাপক্ষৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাৰ শুভ ফল। ব্যৱসায় দিশৰ অশান্তি হ’ব পাৰে। বন্ধুৰ ভুলৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
সিংহ : সম্পত্তিৰ অধিকাৰ লৈ বিবাহ হ’ব পাৰে। ব্যৱসায় দিশত ভাল যোগাযোগ আহিব পাৰে। বুদ্ধিৰ ভুলৰ বাবে কামৰ ক্ষতি হোৱাৰ সম্ভৱনা। শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৭।
কন্যা : স্বাস্থ্য অশান্তিৰ বাবে ব্যৱসায় সমস্যা হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। আৰ্থিক দিশত আয় বৃদ্ধি হোৱাৰ যোগ। শুভ ৰং কমলা। শুভ সংখ্যা ৬।
তুলা : চাকৰিৰ স্থান সলনি হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰক। কৰ্মস্থানত উচ্চ পদস্থ ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।
বৃশ্চিক : ভ্ৰমণৰ দিশত শুভ ফল। অতিৰিক্ত আবেগৰ বাবে কামৰ ক্ষতি হ’ব| পাৰে। উচ্চ শিক্ষাৰ সুযোগ আহিব পাৰে। প্রিয়জনৰ ব্যৱহাৰে মন ত আঘাত দিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।
ধনু : আর্থিক দিশত অশান্তিৰ বাবে ঘৰত চিন্তাৰ বৃদ্ধি। ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হৈ যায়। যিকোনো কাম আৰম্ভ কৰাৰ আগত ডাঙৰৰ পৰামৰ্শ
লৈ লওক । ৰং মাখন। শুভ সংখ্যা ২।
মকৰ : ব্যৱসায় ক্ষেত্ৰত খৰচ বৃদ্ধি। প্রিয়জনৰ বাবে ঘৰত বিবাহ হ’ব পাৰে। মা-দেউতাৰ শৰীৰ লৈ চিন্তা বাঢ়িব। শত্ৰুৰ পৰা সাৱধানে থাকক। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
কুম্ভ : বিদ্যাৰ্থীসকলৰ বাবে ভাল সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। ভ্রাতৃ বিবাহ বাঢ়িব পাৰে। মানসিকভাৱে চাপ বৃদ্ধি। শুভ ৰং সোণালী। শুভ সংখ্যা ১।
মীন : সন্তানৰ ব্যৱহাৰৰ বাবে মানসিকভাৱে চাব বৃদ্ধি। কমস্থানত বহু দিনৰ পাছত নিজৰ প্ৰতিভাৰ প্ৰকাশ ঘটিব পাৰে। ব্যৱসায় ক্ষেত্ৰত শুভ ফল ।শুভ ৰং মাটিয়া। শুভ সংখ্যা ৯।