Today Horoscope: দিনটোৰ ৰাশিফল
মেষ : চলা-ফুৰাৰ প্ৰতিত সাৱধান অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল হ’ব শুভ ৰং নীলা ।
বৃষ : ভ্ৰমণৰ যোগ দেখা যায় যদিও ভ্ৰমণত সাৱধান অৱলম্বন কৰিব। শুভ ৰং বগা ৷
মিথুন : দাম্পত্যত সুখ। শত্ৰু বৃদ্ধিৰ সম্ভাৱনা। বিদ্যাৰ্থী সকলৰ শুভ। শুভ ৰং ৰঙা।
কর্কট : মাহটোত শেষৰ ফালে আর্থিক চিন্তা বাঢ়িব। খৰচৰ মাত্ৰা বাঢ়িব। প্ৰেমত শুভ। শুভ ৰং নীলা।
সিংহঃ ৰাজনৈতিক ক্ষেত্ৰত সুনাম বৃদ্ধি পাব। ব্যৱসায়ত লাভবান। আর্থিকত শুভ।
কন্যা : সেউজীয়া ৰঙৰ কাপোৰ কন্যা ৰাশিৰ জাতক-জাতিকাসকলে পৰিধানৰ কৰিব। শুভ কৰ্ম আন্তৰ কৰিব পাৰে ।
তুলা : কোনো বিশ্বাসী মানুহে আপোনাৰ বিশ্বাস ভাগিব। প্ৰেমত শাস্তি। বিদ্যার্থী মাধ্যম। শুভ ৰং ৰঙা।
বৃশ্চিক : ব্যৱসা-ত জটিলতা পাব। ঘৰুৱা সমস্যা বাঢ়িব । ভ্ৰমণৰ যোগ আছে ।শুভ ৰং পাতল গোলপী।
ধনু : ব্যৱসায়ত লাভবান। চাকৰিয়াল সকলে সাৱধান হোৱা ভাল। সন্তানৰ বাবে চিন্তা। শুভ ৰং নীলা।
মকৰ : শৰীৰক লৈ যত্ন লওক। মাতৃৰ বাবে চিন্তা। গাড়ী চলাওতে সাৱধান অলম্বন কৰিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা ।
কুম্ভ : বিদ্যার্থী সকলে যত্ন কৰা উচিত। ব্যৱসায়ীসকল ব্যয় হোৱাৰ সম্ভাৱনা ।প্ৰেমত অশুভ। শুভ ৰং আকাশী নীলা।
মীন : প্ৰেমত শুভ। পিতৃৰ শুভ। আর্থিক উন্নতি। নতুন কর্ম লাভ। শুভ ৰং সোণালী ।