Today Horoscope: দিনটোৰ ৰাশিফল
মেষ : কৰ্মত সফলতা পাব। বিদ্যাৰ্থীসকলৰ শুভ। প্ৰেমত শুভ। শুভ ৰং নীলা ।
বৃষ : সামাজিক কর্মত উৎসাহ। ৰাজনীতি লগত জড়িতসকলৰ শুভ। শুভ ৰং
ৰঙা ৷ মিথুন : যাত্ৰাৰ কাৰণে নিৰাপদজনক। সোমবাৰে নিৰামিষ খাব। আজিৰ দিনত কোনো কাম হাতত ল’ব পাৰে। শুভ ৰং হালধীয়া ।
কর্কট : কামটোত মনযোগ দিয়া দৰকাৰ। মনৰ ইচ্ছা পূৰণ হোৱা যোগ। প্ৰেমত কষ্ট। শুভ ৰং বেঙুণীয়া ৷
সিংহঃ বিবাহিত মহিলাই পাৰিলে যাত্ৰা নকৰিব। পুৰণি ঋণ শোধ কৰাৰ সুযোগ পাব। ভ্ৰমণত অর্থ লাভ। শুভ ৰং মেৰুণ ৷
কন্যা : আইনী কামত সফলতা লাভ। নতুন কোনো বস্তু ক্ৰয় কৰিব পাৰে। শুভ ৰং সেউজীয়া ।
তুলা : হঠাৎ স্বাস্থ্য বেয়া হ’ব পাৰে। নিজৰ ভুলৰ বাবে মিচাতে অশান্তি সৃষ্টি হ’ব পাৰে। শুভ ৰং নীলা ।
বৃশ্চিক : অভিনেতাৰ শুভ। ব্যৱসায়ীসকলৰ শুভ। বিদ্যাৰ্থীৰ মাধ্যম। শুভ ৰং হালধীয়া ৷
ধনু : বন্ধুৰ লগত মতবিৰোধ। আইনী কোনো সমস্যা দেখা দিব। শুভ ৰং গোলপীয়া ।
মকৰ : নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ। নতুন গৃহ ল’ব পাৰে । বিদ্যাৰ্থীসকল ভ্ৰমণৰ যোগ আছে। প্ৰেমত শুভ। শুভ ৰং ক’লা।
কুম্ভ : চাকৰিয়ালৰ পদ্দোন্নতিৰ যোগ। ব্যৱসায়ত মাধ্যম। দূৰ যাত্ৰা নকৰিব নিৰামিষ খাব। প্ৰেমত সাধৱান। শুভ ৰং আকাশী নীলা।
মীন : চাকৰিয়ালৰ চাকৰিৰ যোগ। প্ৰেমত সুখ। শত্রু নাশ হ’ব। পাব লগা ধন ঘূৰাই পাব। শুভ ৰং সোণালী ।