Today Horoscope: দিনটোৰ ৰাশিফল

Screenshot 2023 06 15 12 28 02 58 40deb401b9ffe8e1df2f1cc5ba480b12

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো সেউজীয়া কাপোৰ পৰিধান কৰক। চুটি ভ্রমণ হ’ব পাৰে। শৰীৰ প্ৰতি যত্ন ৰাখিব।

ADVERTISEMENT

বৃষ : এই ৰাশিৰ জাতক-জাতিকাই উন্নতিৰ যোগ আছে। আর্থিকত ভাল। বন্ধুৰ পৰা সাৱধানে থাকিব। প্ৰেমত মাধ্যম। শুভ ৰং নীলা।

মিথুন : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো কৰ্মক্ষেত্ৰত নিজৰ অধিপত্য বজাই ৰখাত কৃতকার্য হ’ব। ব্যৱসায়ত ভালেই দেখা যায়।

কর্কট : স্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। আর্থিকত ভাল। বিশেষ কোনো কৰ্মৰ কাৰণে দূৰ ভ্ৰমণ কৰিব লগীয়া হ’ব পাৰে। বিদ্যাৰ্থীৰ কাৰণে দিনটো শুভ।

সিংহ : এই ৰাশিৰ জাতক-জাতিকাৰ কোনো কৰ্মৰ কাৰণে যাত্ৰা কৰিলে শুভ ফল পাব। খৰচৰ ক্ষেত্ৰত সতর্ক। প্ৰেম-প্ৰীতিত অশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব।

কন্যা : আর্থিক ক্ষেত্ৰত লেনদেন কৰাত সতৰ্ক হ’ব। কোনো মূল্যৱান বস্তু চুৰি হ’ব পাৰে। মূৰৰ বিষ আৰু চকুৰ বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং বগা ৷

তুলা : আজিৰ দিনটোৰ প্ৰথম আৰম্ভণিতে গা ধোৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰিও হ্রীং হ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্ৰটো ২০ বাৰ ৰূপ কৰিব প্রেমত হতাশা আনিব। দাম্পত্য সুখ।

বৃশ্চিক : প্রেম-প্রীতিত অশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব। যানবাহনৰ পৰা সাৱধানে থাকিব। আজি নিৰামিষ খাব আৰু টেঙা নাখাব ।

ধনু : অবৈধ উপায়েৰে ধন বৃদ্ধি।সন্তানৰ শুভ। ব্যৱসায়ত ভাল ফল পাব। শিল্পী সাহিত্যিকৰ বাবে শুভ সময়। ন বাৰ দেৱী বগলামুখীৰ নাম জপ কৰিব।

মকৰ : মকৰাশিৰ জাতক-জাতিকাৰ হালধীয়া কাপোৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা-অৰ্চনা কৰিব। প্ৰেমত শুভ। উচ্চ শিক্ষাত বাধা দূৰ হ’ব।

কুম্ভ : ব্যৱসায় মন্থৰ গতিত চলিব। দাম্পত্য আৰু প্ৰেম শুভ। বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে। মাটিবাৰীৰ বিবাদৰ অন্ত পৰিব। মাতৃৰ অশুভ। চাকৰিয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।

মীন : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আয় হ’ব, কিন্তু ব্যয়ো হ’ ব। আপোনাৰ সন্তানৰ মানসিক বিকাশৰ লক্ষণে দেখা দিব। বিদ্যাৰ্থীৰ সকলৰ বাবেও দিনটো শুভ। শুভ ৰং আকাশী লীলা। শুভ সংখ্যা ৬।

Exit mobile version