Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

    Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

    Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান

    Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

    Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী

    BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Bajali Public Rally:বজালী জিলা প্ৰাপ্তিৰ দাবীত পাঠশালাত বিশাল ৰাজহুৱা সভা

চাৰিশ বাইকেৰে ৰেলী কৰি সৰভোগ বাসীৰ সমৰ্থন বজালীক, সভাত ভাগ লগে, সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ মূৰব্বী

publisher by publisher
September 14, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Bajali Public Rally:বজালী জিলা প্ৰাপ্তিৰ দাবীত পাঠশালাত বিশাল ৰাজহুৱা সভা
1
SHARES
13
VIEWS
ShareShareShareShare

Bajali Rally:

বজালী জিলা ঘোষণাক কেন্দ্ৰ কৰি চৰকাৰে বাৰম্বাৰ সৃষ্টি কৰা বিভ্ৰান্তিক কেন্দ্ৰ কৰি বজালী বাসীয়ে চৰম লজ্জা আৰু অপমান বোধ কৰাৰ পিছত আজি বজালী জিলা সুৰক্ষা সমিতি য়ে আয়োজন কৰা ৰাজহুৱা সভাত ভৰপূৰ সমাবেশ ঘটে আৰু সাত টাকৈ প্ৰতিবাদী সিন্ধান্তৰে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

ADVERTISEMENT

বজালীক লৈ যেন চৰকাৰৰ বাৰম্বাৰ তুচ্ছ তাচ্ছিল্য জিলা দিয়া নিয়াক কেন্দ্ৰ কৰি পাঠশালাত কালি প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে আজি অনুষ্ঠিত হল বিশাল ৰাজহুৱা সভা । স্বাভাবিকতেই পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত বজালী জিলা সুৰক্ষা সমিতিৰ দ্বাৰা অনুষ্ঠিত ৰাজহুৱা সভা খনক লৈ উৎকন্ঠাৰ অন্ত নাছিল ।

RelatedPosts

Pathsala Food Poisoning:পাঠশালাৰ প্ৰসাদত বিষক্ৰিয়া !

Tmc Protest In Bajali:বজালীক জিলাৰ মৰ্যদা বাহাল ৰখাৰ দাবীত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা

Public Pratest In Bajali:বজালী জিলা ঘোষণা নকৰাত পাঠশালাত উত্তাল প্ৰতিবাদ

আজি সভা অনুস্থিত হোৱাৰ পিছতে ভৰি পৰিল সভাগৃহ । বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত এজনৰ পিছত আন জন বক্তাই চৰকাৰী স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰি বজালী জিলা শীঘ্ৰেই উভতাই দিয়াৰ দাবি উত্থাপন কৰে ।

উক্ত সভাৰ মাজতে আজি প্ৰায় চাৰিশ খন বাইকৰে এক বাইক ৰেলী সৰভোগৰ পৰা আহি উপস্থিত হৈ উক্ত সভাত যোগদান কৰে । বিভিন্ন প্লে কাৰ্ড সমন্বিতে সৰভোগৰ পৰা অহা ৰাইজে দৃহতাৰে বজালী জিলাত অন্তৰ্ভূক্তি হোৱাত ইচ্ছা ব্যক্ত কৰি বজালীৰ এক উদ্দেশ্যত মিলিত হয় ।

সৰভোগ বাসী ৰাইজৰ এনে সদিচ্ছাত উক্ত সভাত থকা প্ৰত্যেকে সন্তোষ প্ৰকাশ কৰি ভৰপূৰ আদৰণি জনায় । আনহাতে আজি পাঠশালাত অনুস্থিত সভাত বামাখাটা সত্ৰ, গোবিন্দপুৰ সত্ৰৰ সত্ৰাধিকাৰকে আদি কৰি কেবাখনো সত্ৰ পৰিচালনা সমিতিৰ সভাপতি, দেৱালয়ৰ দলে তথা ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী উপস্থিত হৈ বজালী জিলাৰ সপক্ষে মত আগবঢ়ায়।

বিশেষকৈ বজালীৰ বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেব শৰ্মা, গলীয়া ৰ ধূপগুৰি সত্ৰৰ সভাপতি প্ৰসেনজিৎ মেধি, ভবানীপুৰ সত্ৰৰ সভাপতি চন্দী প্ৰসাদ দাস, মহিদৰ তালুকদাৰ, গোবিন্দপুৰ সত্ৰৰ সভাপতি কামিনী মোহন গোস্বামী, উপ সভাপতি ৰূদ্ৰ ধৰ গোস্বামী, বজালী শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ সভাপতি চিত্তৰঞ্জন চৌধুৰী, শ্ৰী শ্ৰী নৰেশ্বৰ ৰনা সংৰক্ষণী সভাৰ সম্পাদক কন্দৰ্প পাটগিৰি, বজালী আধ্যাত্মিক গীতা সত্ৰৰ কাৰ্য্যনিৰ্বাহক সদস্য ভূপেশ বৰুৱা, ভৱানীপুৰ বাংলীপাৰা শ্ৰী শ্ৰী মদন মোহন গোহাঁই থান সত্ৰৰ সম্পাদক ৰমেশ কলিতা, চৈবাৰী সত্ৰৰ সত্ৰাধিকাৰ গনেশ চন্দ্ৰ মেধি আৰু ঐতিহাসিক ডুবি দেৱালয়ৰ দলে ৰোহিনী শৰ্মায়ে আজিৰ সভাত মঞ্চত উপবিষ্ট হৈ বজালী জিলা বাতিলৰ বিৰুদ্ধে সৰৱ হৈ উঠে আৰু শীঘ্ৰেই চৰকাৰ তথা মুখ্যমন্ত্ৰীক বজালী জিলা ঘূৰাই দিয়াৰ বাবে দাবী উত্থাপন কৰে ।

আনহাতে বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত হোৱা আৰু সুৰক্ষা সমিতিৰ সম্পাদক সমূদ্ৰ পাটগিৰিয়ে আঁত ধৰা আৰু আন এগৰাকী সম্পাদক বিজন বায়নে উদ্দেশ্য বাখ্যা কৰা উক্ত ৰাজহুৱা সভাত গুৰুত্বপূৰ্ণ সাত টাকৈ প্ৰতিবাদী সিন্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসাৰে ৰাজহুৱা সভাত নিম্নোক্ত প্ৰস্তাব সমূহ গ্ৰহণ কৰা হয়।

1) অহা ১৭ ছেপ্তেম্বৰৰ পৰা বজালী জিলা কাৰ্য্যকৰী কৰি প্ৰশাসনিক কাম কাজ আৰম্ভ কৰিবলৈ চৰকাৰলৈ দাবী।
2) উক্ত দাবী কাৰ্য্যকৰী কৰিবলৈ অহা ১৫ আৰু ১৬ ছেপ্টেম্বৰত বজালী জিলাৰ বিভিন্ন স্থানত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিন্ধান্ত ।
3) ১৭ ছেপ্তেম্বৰৰ ভিতৰত জিলাৰ প্ৰক্ৰিয়া আৰম্ভ আৰম্ভ নকৰিলে ২০ ছেপ্তেম্বৰত পুৱা ৬ বজাৰ পৰা ৪ বজালৈ বজালী বন্ধৰ আহ্বান দিয়াৰ সিন্ধান্ত ।
4) ইয়াৰ পিছতো যদি দুৰ্গা পূজাৰ পূৰ্বে বজালীয়ে জিলাৰ মৰ্যাদা নাপায় তেনেহলে ষষ্ঠী পূজাৰ দিনাখনৰ পৰা পাটাছাৰকুছি আৰু ভবানীপুৰ সমস্তিত মন্ত্ৰী বিধায়কৰ সামাজিক আৰু সকলো চৰকাৰী কাৰ্য্যসুচী ৰাইজে বৰ্জন কৰাৰ প্ৰস্তাৱ গঠন ।
5) আনহাতে প্ৰশাসনিক ভাৱে অবিভক্ত বৰপেটা জিলাৰ এই অংশ পৃথক থাকিৱ যদিও চৰকাৰৰ ৩১ আগষ্টৰ সিন্ধান্ত অনুসৰি সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ভাৱে এক হৈ থকাৰ সিন্ধান্ত গ্ৰহণ কৰে ।
6) আন্দোলন চলি থকা সময়ত বজালীৰ জিলা বিষয়ক কেন্দ্ৰ কৰি যদি কিবা সিন্ধান্ত লব লগীয়া হয় তেনেহলে সেই সিন্ধান্ত বজালী জিলা সুৰক্ষা সমিতিয়ে লব ।
7) জিলা প্ৰাপ্তি নহলে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল পথ অৱৰোধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ ।

উল্লেখযোগ্য যে আজিৰ উক্ত ৰাজহুৱা, সভাত সদৌ অসম ছাত্ৰ সন্থাৰ পাঠশালা আৰু বজালী জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, পাঠশালা বজাৰ কমিতি, উদয়ন সংঘ, পাঠশালা চেম্বাৰচ অৱ কমাৰ্চ, পাঠশালা ৰঙালী বিহু সন্মিলনী, পাঠশালা ৰাস মহোৎসৱ, বজালী জিলা বিজেপি, বজালী জিলা কংগ্ৰেছ, অসম গণ পৰিষদকে আদি কৰি পাঠশালা তথা বজালীৰ প্ৰায় আটাইবোৰ দল সংগঠনৰ প্ৰতিনিধি য়ে ভাগ লয়। আজিৰ ৰাজহুৱা সভাত ভালে কেইগৰাকী ব্যক্তিৰ ভিতৰত প্ৰাক্তন আছু নেতা ফণি পাঠক, বজালীৰ সন্তান কমল কুমাৰ মেধি, বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, আৰ এছ এছ নেতা কিশোৰ শৰ্মা, হাউলীৰ প্ৰাক্তন আছু নেতা তথা সমাজ কৰ্মী ধৰণী দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰকে আদি কৰি কেবাজনো বক্তাই বজালী জিলা ঘূৰাই পোৱাৰ স্বাৰ্থত উদাত্ত ভাষণ প্ৰদান কৰে ।

আনহাতে উক্ত সভাৰ মঞ্চত পাঠশালাৰ বিশিষ্ট ব্যক্তি গিৰিশ পাটগিৰি, উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মা, বিশিষ্ট ব্যক্তি মদন ৰয়কে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । কিন্তু যি নহলেও এনেদৰেই এতিয়া চৰকাৰৰ লৰা ধেমালিৰ বাবে উত্তপ্ত হৈছে সমগ্ৰ বজালী ।

প্ৰতিবাদ অকল পাঠশালাতে নহয় । সমগ্ৰ বজালীবাসীয়ে শীঘ্ৰেই বিচাৰিছে নিজৰ প্ৰাপ্য জিলা । আৰু এনেদৰেই আজি প্ৰতিবাদৰ মাজেৰে উত্তেজনাময় পৰিৱেশ দেখিবলৈ পোৱা যায় পাঠশালাত ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Bajali Dist DemandPathsalaPublic Rally
publisher

publisher

Related Posts

Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ
Assam

September 29, 2023
Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়
Assam

Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

September 29, 2023
Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান
Assam

Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান

September 29, 2023
Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত
Assam

Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

September 29, 2023
Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী
Assam

Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী

September 28, 2023
BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ
Assam

BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

September 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: