Today Horoscope: দিনটোৰ ৰাশিফল

horoscope

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : হাতত পোৱা পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে। খং দমন কৰি চলক। শনি মন্দিৰত চাকি, ধূপ জ্বলাব।

ADVERTISEMENT

বৃষ : সমাজ সেৱা মূলক কামত যোগদান কৰিলে মানসিক শান্তি পাব। প্ৰেমত শুভ যদিও বদনামৰ কাৰকতা আছে।

মিথুন : উন্নতিৰ সুযোগ আহিব পাৰে। শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। প্ৰেমত শুভ।

কর্কট : কাজ-কর্মত উৎসাহ বৃদ্ধি পাব। ভ্রমণৰ পৰিকল্পনা হ’ব পাৰে বিদ্যাৰ্থীসকলৰ শুভ যদিও যত্ন কৰা দৰকাৰ ৷

সিংহ : দূৰ ভ্ৰমণ কৰিব পাৰে। সন্তানৰ বাবে চিন্তা। প্ৰেমত অশুভ। ভিক্ষাৰীক দান দিব।

কন্যা : ঘৰুৱা অশান্তি। পতি-পত্নীৰ মাজত মত বিৰোধ। মাতৃৰ বাবে চিন্তিত প্ৰেমত অশুভ।

তুলা : শিক্ষাৰ্থীৰ বাবে সুযোগ সুবিধা আহিব। শাৰীৰিক দিশত বিশেষকৈ খোৱা-বোৱাত অলপ সাৱধানে চলিব। প্রেমত সন্দেহ।

বৃশ্চিক : ব্যৱসায়িক সকলৰ লোকচান হোৱাৰ সম্ভৱনা আছে। চাকৰিয়ালৰ পদ্দোন্নতিৰ যোগ। নিবনুৱা সকলৰ কৰ্ম লাভৰ যোগ।

ধনু : দুৰ্ঘটনা হোৱা সম্ভৱনা আছে। খৰচ বৃদ্ধিৰ সম্ভৱনা। প্ৰেমত মতবিৰোধ হোৱাৰ সম্ভৱনা আছে।

মকৰ : নতুন কৰ্মলাভ। মানসিক কষ্ট পাব। উৎস পীড়া। প্ৰেমত অশুভ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

কুম্ভ : ব্যৱসায়ৰ ক্ষেত্ৰত শুভ । চাকৰিয়ালৰ অশান্তি হ’ব। বিদ্যাৰ্থীসকলৰ শুভ। পাৰিলে ভ্ৰমণ নকৰাই ভাল।

মীন : সংসাৰত ভয় বৃদ্ধিৰ ফলত চিন্তা বাঢ়িব। ছাত্র-ছাত্রী বাবে সমস্যা দেখা দিব। ব্যৱসায়ত ক্ষতি হোৱাৰ সম্ভৱনা আছে। প্ৰেমত শুভ।

Exit mobile version