Bajali:
বজালীৰ সাদেৰীত অঘটন ৷ সাদেৰীৰ শ্বহীদ ৰাউতা মদন উঃ মাঃ বিদ্যালয়ত হঠাতে অসুস্থ হয় কেইবাগৰাকীও শিক্ষার্থী।
হঠাতে মুৰৰ ঘূৰণি আৰু অচেতন হৈ পৰা কেইবাগৰাকী ছাত্ৰীক ভৰ্তি কৰা হয় পাঠশালা চিকিৎসালয়ত ৷
কি কাৰণত হঠাতে ছাত্ৰী কেইগৰাকী অসুস্থ হৈ পৰিছে এই সন্দৰ্ভত জানিব পৰা নাই বিতং তথ্য ৷