Jorhat Fire:যোৰহাটৰ তৰাজানত ভয়ংকৰ ঘটনা

তেলৰ ড্ৰাম ৱেল্ডিং কৰাৰ সময়তে অগ্নিদগ্ধ হয় পংকজ বৰা নামৰ কৰ্মচাৰীজন

jorhat fire

Jorhat Fire:

যোৰহাটৰ তৰাজানত ভয়ংকৰ ঘটনা। তেলৰ ড্ৰাম ৱেল্ডিং কৰাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত গুৰুত্বৰভাৱে অগ্নিদগ্ধ হয় এজন কৰ্মচাৰী ৷

অগ্নিদগ্ধ হোৱা নাওশলীয়াৰ পংকজ বৰা নামৰ যুৱক জনক ততাতৈয়াকৈ জেএম চি এইছত ভৰ্তি কৰা হয় ৷

আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত দুখনকৈ অগ্নিনির্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

Exit mobile version