Water Resources Minister visits erosion areas in Tamarhat:তামাৰহাটত মন্ত্ৰী পীযুষ হাজৰিকা 

গংগাধৰ নদীৰ খহনীয়া পৰিদৰ্শন , ভূপেন বৰা এবাৰ জয়ী হৈ দেখুয়াক : পীযুষ হাজৰিকা 

p hazarika
Water Resources Minister visits erosion areas in Tamarhat:

ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত খহনীয়া সৃষ্টি কৰা অঞ্চল পৰিদৰ্শন জল সম্পদ  মন্ত্ৰীৰ। গংগাধৰ নদীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাত আৰু নদীয়ে দিনক দিনে তামাৰহাট বজাৰৰ দিশে গতি লোৱাত ভয়ংকৰ ৰূপ গ্ৰহণ কৰিছে ।

ADVERTISEMENT

নদীৰ খহনীয়াই তামাৰহাট অঞ্চল লৈ ভাবুকি কঢ়িয়াই অনাত দিশহাৰা হৈ পৰিছে ৰাইজ । ৰাইজৰ দাবীত আজি জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকা তামাৰহাটত উপস্থিত হৈ গংগাধৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

শীঘ্ৰে নদীৰ খহনীয়া ৰোধ কৰাৰ যি প্ৰচেষ্টা সেয়া গ্ৰহণ কৰিব বুলি কোৱাত নৈপৰিয়া পৰিয়াল সমূহ আশ্বস্ত লাভ কৰে। উল্লেখ যে বিগত কেবা বছৰ ধৰি শ শ বিঘা মাটি নদীয়ে খহাই নিছে। মন্ত্ৰী গৰাকীক সংগ দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে

Exit mobile version