Today Horoscope: দিনটোৰ ৰাশিফল

horoscope

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ :আপোনাৰ উৎসাহ আৰু ইচ্ছা আছে কৰ্মৰ প্ৰতি। কিন্তু হঠাতে উৎসাহ হেৰুৱাই পেলায় আৰু কামবোৰ নহয়। উপার্জন কিছু কম হ’ব। নিবনুৱাৰ কাৰণে দিনটো ভাল। সৰু-সুৰা ভ্ৰমণ হ’ব পাৰে। বিয়াবাত বাধা আতৰিব। তৃতীয় পক্ষৰ কাৰণে প্ৰেমত অথন্তৰ।

বৃষ : কথা-বতৰাত সতর্ক থাকক। কর্মক্ষেত্ৰত আবেগ নিয়ন্ত্ৰণ কৰক। পাৰিবাৰিক মধ্যম বুলি ক’ব পৰা যায়। ব্যৱসায়ৰ ভাল। কিন্তু লেনদেনত সতর্ক দৃষ্টি ৰাখক। উচ্চ শিক্ষাত সাফল্য আৰু বিদেশত বিদ্যা লাভৰ সুযোগ লাভ। ঘৰুৱাত মধ্যম।

মিথুন : কৰ্মলাভৰ যোগ থাকিলেও কঠিন প্রতিযোগিতাৰ সন্মুখীন হ’ব লাগিব। ব্যৱসায়ত লোকচান হ’ব পাৰে। স্ত্ৰীৰ আৰোগ্য লাভ। ভ্ৰমণত বাধা। দিনটোত লেনদেন কৰা ভাল। প্ৰেমত শুভ। বিবাহৰ যোগ।

কর্কট: শৰীৰ স্বাস্থ্যৰ কাৰণে অলপ চিন্তা থাকিব। সামাজিক কর্মত বিৰূপ সমালোচনা হ’ব পাৰে। ভাইভনীৰ ভাল আৰু কৰ্মত উন্নতিৰ যোগ, আৰ্থিকত বেয়া নহ’ব। চুটি ভ্ৰমণ হ’ব পাৰে। ঘৰুৱাত মজলীয়া। প্ৰেমত ভাল ক’ব পৰা যায় ৷

সিংহ : ব্যৱসায়ৰ প্ৰতিযোগিতা আৰু শত্ৰু বৃদ্ধি হ’ব পাৰে। সন্তানৰ সাফল্যত আনন্দ দিব। গুৰুজনাৰ স্বাস্থ’ৰ অৱনতি হোৱাৰ আশংকা আছে। শিক্ষাত বেয়া দেখা নাযায়। তথাপিতো অধ্যয়নত গুৰুত্ব দিব লাগিব। ঘৰুৱাত বৰ ভাল নহ’ব।

কন্যা : চাকৰিয়ালৰ পদোন্নতি হ’ব পাৰে। পৰিবাৰত অশান্তি হ’লেও দাম্পত্যত বুজাপৰা ঠিকেই থাকিব। দিনটোত শাৰীৰিক আঘাত পাব পাৰে। নতুন বন্ধু লাভ হ’ব।

তুলা : কৰ্মত ভাল। ব্যৱসায়ত উন্নতিৰ যোগ। যানবাহন ক্ৰয় কৰিব পাৰে। অলপ ঘৰুৱা অশান্তি হ’ব পাৰে, নিজৰ স্বাস্থ্য সিমান বেয়া নহ’ব। কিন্তু গুৰুজনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক।

বৃশ্চিক: আর্থিকত ভাল দেখা নাযায়। ভুলৰ কাৰণে ব্যৱসায়ত অধিক আর্থিক ক্ষতি হ’ব পাৰে। নিবনুৱাৰ কাৰণে দিনটো ভাল ক’ব পৰা যাবয়। উচ্চ শিক্ষাত বাধাৰ মাজেৰে অগ্ৰগতি লাভ।

ধনু : সন্তানৰ কাৰণে চিন্তা থাকিব। কিবা কাৰণত মানসিক চাপ বৃদ্ধি হ’ব। পুৰণা বেমাৰে আমনি দিব পাৰে। ভ্রমণ কষ্ট হ’ম্ভ পাৰে। পঢ়া-শুনাত বেয়া নহ’ব। বাধা-বিঘিনিৰ মাজত আর্থিক উন্নতিৰ যোগ।

মকৰ: বন্ধুৰ স’তে ভুল বুজাবুজি আৰু মতান্তৰ হ’ব পাৰে। চাকৰিয়ালৰ সম্ভাব্য ক্ষেত্ৰত বদলি হ’ব পাৰে। সন্তান কৰ্মলাভৰ যোগ দেখা যায়।

কুম্ভ: ৰাগ, খং, জেদ আপোনাৰ ক্ষতি কৰিব পাবে। কর্মক্ষেত্র ভাল- বেয়াৰ মাজত দিনটো পাৰ হ’ব, আৰ্থিকত সিমান বেয়া নহ’ব। প্রয়োজন খৰচ কৰিব পাৰিব।

মীন:বিনা কাৰণত আইন আদালতত জড়িত হ’ব পাৰে। ভ্রমণ সম্ভাবনা আছে। কোন নিকটাৰ পৰা মনত আঘাত পাব পাৰে। ৱসায়ত বাধা নাই । পানি বৃদ্ধি পাব। প্ৰেমত ভাল নহ’ব ৷

Exit mobile version