Tiger Menace In Kaliabor Tea Garden Area:বাঘৰ আতংকত ত্ৰস্তমাণ বাগিচাৰ শ্ৰমিক

বাগিচাৰ মাজত অৱস্থান দুটাকৈ বনৰজাৰ

tiger

Tiger Menace In Kaliabor Tea Garden Area:

বাঘৰ আতংকত ত্ৰস্তমাণ কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকৰ ৷ শিলঘাটস্থিত কলিয়াবৰ চাহ বাগিচাৰ নগা পথাৰত বাগিচাৰ কৰ্মৰত শ্ৰমিকে প্ৰত্যক্ষ কৰে দুটাকৈ বাঘৰ ৷
একেদৰে বাগিচা খনৰ অধীনস্থ সোণাৰী বাগিচাতো বাঘৰ বিচৰণ দেখা পায় শ্ৰমিকে ৷ ইয়াকে লৈ আতংকিত হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল ৷

বাগিচা দুখনত বাঘৰ অৱস্থিতিক লৈ ভয়-শংকাত ভোগা ৰাইজে ইতিমধ্যে কলিয়াবৰৰ বন বিভাগক অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ উদ্থাপিত হৈছে ৷

Exit mobile version