Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : ব্যক্তিৰ ব্যস্ততা, ভ্ৰমণ কৰোতে গণেশৰ নাম স্মৰণ কৰক, শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।

বৃষ : পৰিশ্ৰম বৃদ্ধি, অর্থ লাভ, ভ্ৰমণত শুভ। অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক। শুভ ৰং নীলা, শুভ সংখ্যা ২।

মিথুন : কর্মব্যস্ততা বৃদ্ধি, সন্মান বৃদ্ধি, কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব। গোপনশত্ৰুবৃদ্ধি ভ্ৰমণ পূব দিশৰ পৰা কৰিব, শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৯।

কর্কট : মাংগলিক তৎপৰতা বৃদ্ধি। কার্যক্ষেত্ৰত মাধ্যম, প্ৰেমত শুভ, দূৰ সংযোগৰ পৰা আনন্দিত হ’ব। শুভ ৰং মুগা, শুভ সংখ্যা ৫।

সিংহ : কর্মক্ষেত্ৰত উন্নতি। জেদভাৱ ত্যাগ কৰক, বৰঞ্চ ক্ষতি হ’ব। গোপন শত্রু বৃদ্ধি অর্থ লাভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।

কন্যা : কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি। ব্যৱসায়ত উন্নতি, খৰচ বৃদ্ধি, শুভ ৰং

সোণালী, শুভ সংখ্যা ৪। তুলা : সন্মান বৃদ্ধি, ভ্রমণ কৰোতে সাৱধান হওক। কর্মত উন্নতি, নিবনুৱাৰ
কর্ম সংস্থাপন। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।

বৃশ্চিক : ৰাজনীতিক, শিল্পী, সাংবাদিক সুখ্যাতি। কৰ্মত কিছুজটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং গোলপীয়া।

ধনু : কর্মব্যস্ততা বৃদ্ধি, গণেশক নাম স্মৰণ কৰক। বিদ্যাত শুভ, দূৰ ভ্ৰমণৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৮।

মকৰ : বিবাহৰ যোগ, আয়-ব্যয় সমান, ভ্ৰমণত মাধ্যম, কর্ম উন্নতি নতুন বাহন ক্ৰয় কৰিব পাৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা ২।

কুম্ভ : ফুৰা-চকাত সর্তক হওক। কর্মস্থানত উন্নতি বৃদ্ধি। বন্ধুৰ পৰা উৎসাহ পাব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।

মীন : অর্থ লাভ, আশাবাদী চিন্তাত ব্ৰতী। সন্মান বৃদ্ধি, নতুন যোগাযোগে অধিক দিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।

Exit mobile version