Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাটকতা কৰিব পাৰে। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

বৃষ : স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব। ঘৰুৱা দিশত ভ্ৰাতৃৰ লগত মতবিরোধ দেখা দিব। বিবাহ হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ১।

মিথুন :আর্থিক ক্ষেত্ৰত বন্ধুৰ পৰা সহায় লাভ হ’ব। আত্মীয়ৰ দুঃসংবাদত মন বেয়া হ’ব পাৰে। মনোবল ৰাখিব। প্ৰেমত আনন্দ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কর্কট : ব্যৱসায়ত পৰিৱৰ্তন আহিব। আয় অনুপাতে ব্যয় বৃদ্ধি পাব। সামাজিক কামত যশ বৃদ্ধি পাব। ঘৰুৱা শুভ। প্ৰেমত জটিলতা। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

সিংহ : কোনো কামৰ বাবে চুক্তিবন্ধ হ’ব পাবে। কৰ্মত মন চঞ্চল হ’ব। দাম্পত্যত মধ্যম। ভ্রমণ নকৰাই ভাল। বিদ্যাত জটিলতা। বেঙুণীয়া, শুভ সংখ্যা ৯।

কন্যা ঃ ব্যৱসায়িক দিশত জটিল কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। আৰ্থিকত চিন্তা। শৰী ভালেই যাব। বিদ্যাত মনোযোগ দিয়ক। শুভ ৰং বগা, শুভ সংখ্যা ৪।

ধনু ব্যৱসায়-বাণিজ্যিক ক্ষেত্ৰত নতুন যোগাযোগ। মাটিবাৰীৰ পুৰণা সমস্যাৰ সমাধান হ’ব। দাম্পত্যত জটিলতা। প্ৰেমত শুভ। শুভ ৰং বগা, সংখ্যা ১।

তুলা : অংশীদাৰী ব্যৱসায়ত লাভবান হ’ব। প্ৰেমত নতুন যোগাযোগে আনন্দ দিব। ঘৰুৱা দুশ্চিন্তা বৃদ্ধি পাব। শৰীৰৰ প্ৰতি যত্ন ল’ব। বিদ্যাত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

বৃশ্চিক : আৰ্থিকত খৰচৰ মাত্ৰা বৃদ্ধি পাব। অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব। ঘৰুৱাত মতবিৰোধ দেখা যায়। প্ৰেমত সফলতা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

মকৰ : ব্যৱসায়িক দিশত আর্থিক সমস্যাত পৰিব। কৰ্মক্ষেত্ৰত মানসিক অশান্তি বৃদ্ধি পাব। সম্ভানৰ বাবে শুভ। প্ৰেমত বুজাবুজি। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কুম্ভ : আর্থিক দিশত জটিলতা নাই । আয় বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰোগত দেহ কষ্ট পাব। প্রেমত মধ্যম । শুভ ৰং বগা। শুভ সংখ্যা ৭।

মীন: যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অৰ্থ লাভৰ যোগ। পারিবারিক শুভ। প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

Exit mobile version