Job Advertisement Republished In Assam Govt:চাকৰি প্ৰাৰ্থী সকলৰ বাবে এটা ভাল খবৰ

পুনৰ প্ৰকাশ পালে চাকৰিৰ বিজ্ঞাপন

job

Job Advertisement Republished In Assam Govt:

ৰাজ্যৰ চাকৰি প্ৰাৰ্থী সকলৰ বাবে এটা ভাল খবৰ ৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকাৰ পদৰ বিজ্ঞাপন প্রকাশ কৰিছে ৰাজ্য চৰকাৰে ৷

মুঠ ১২,৬০০ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে চৰকাৰে ৷ সেই অনুসৰি তৃতীয় বৰ্গৰ বাবে মুঠ ৭,৬০০টা পদৰ বিপৰীতে চতুৰ্থ বৰ্গৰ বাবে মুঠ পাঁচ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে ৰাজ্য চৰকাৰে ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই যোৱা সপ্তাহত জনতা ভৱনত কনিষ্ঠ অভিযন্তাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰে শীৰ্ঘেই খালী পদৰ বিজ্ঞাপন প্রকাশ কৰিব বুলি মন্তব্য কৰিছিল ৷

Exit mobile version