Rehabilitation Centre :মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু

মালিগাঁৱৰ সানভি ৱেলনেছ চেণ্টাৰত মৃত্যু মিত্ৰ টাই নামৰ যুৱকজনৰ

rehab centre 1

Rehabilitation Centre :

ADVERTISEMENT

মহানগৰীত কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ নিচামুক্তি কেন্দ্ৰ অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ চিকিৎসাৰ বাবে থকা যুৱক ইজনৰ পাছত সিজনকৈ মৃত্যু হৈছে কে’বাটাই নিচামুক্তি কেন্দ্ৰত ৷

নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷ মালিগাঁৱৰ সানভি ৱেলনেছ চেণ্টাৰত মৃত্যু হয় মিত্ৰ টাই নামৰ যুৱকজনৰ । পাঁচমাহ ধৰি চেণ্টাৰটোত আছিল ধেমাজীৰ মিত্ৰ টাই।

ইতিমধ্যে আৰক্ষী চেন্টাৰটোত উপস্থিত হৈ মৃত যুৱকৰজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

Exit mobile version