Heroin With Women Paddlar Arrested In Chaparmukh:চাপৰমুখ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন

আটক দুই মহিলাক

paddlar arrested 2

Heroin With Women Paddlar Arrested In Chaparmukh:

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ স্থিতি গ্ৰহন কৰাৰ মাজতে চাপৰমুখ তিনিআলিত ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন । লগতে আটক কৰা হয় দুই
মহিলাক।

ধৃত মহিলা দুগৰাকীৰ পৰা তিনিটা চাবোনৰ বাকচত ভৰ্তি হেৰ’ইন জব্দ কৰা হয় । আটকাধীন মহিলা দুগৰাকী হ’ল নাম আবিদা বেগম আৰু মাৰ্জিনা বেগম ৷

উল্লেখ্য যে, ধৃত মহিলা দুগৰাকী ডিমাপুৰৰ পৰা ৰে’লেৰে চাপৰমুখলৈ আহিছিল ৷ ইয়াৰ পাছতে চাপৰমুখৰ পৰা নগাঁৱলৈ যাবলৈ লওঁতেই বিশেষ খবৰৰ ভিত্তিত চাপৰমুখ আৰক্ষীয়ে আটক কৰে ।

Exit mobile version